thumbnail

By

Published : Jun 29, 2020, 3:11 PM IST

Updated : Jun 30, 2020, 4:15 PM IST

ETV Bharat / Videos

ভাৰতত COVID-19ৰ শেহতীয়া পৰিসংখ্য়া

চলিত বৰ্ষৰ 31 জানুৱাৰী ভাৰতবৰ্ষৰ কেৰেলাত প্ৰথমগৰাকী লোকৰ দেহত পোৱা গৈছিল COVID-19ৰ অৱস্থিতি ৷ এই সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰে মাৰ্চ মাহৰ পৰা ৷ ক্ৰমান্বয়ে বৃদ্ধি পাই দেশত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে 5 লক্ষাধিক ৷ 29 জুনলৈ আক্ৰান্তৰ সংখ্যা 5,48,318 গৰাকীলৈ বৃদ্ধি পালে দেশত ৷ আনহাতে সমান্তৰালকৈ এই মহামাৰীত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পালে 16,475 গৰাকীলৈ ৷ দেশৰ সকলো ৰাজ্যতে COVID-19 আক্ৰান্তৰ সংখ্যা জানিবলৈ চাওক এই প্ৰতিবেদন...
Last Updated : Jun 30, 2020, 4:15 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.