thumbnail

By

Published : Jun 26, 2020, 8:24 PM IST

ETV Bharat / Videos

ভাৰতৰ ভিন্ন ৰাজ্যত COVID-19ৰ সাম্প্ৰতিক স্থিতি...

ভাৰতবৰ্ষত 5 লক্ষাধিক অতিক্ৰমৰ দিশে COVID-19 সংক্ৰমণৰ সংখ্যা ৷ দেশত ক্ৰমান্বয়ে কালৰূপ ধাৰণ কৰিছে COVID-19 ক্ৰমবৰ্ধমান হাৰে ৷ 26 জুনলৈ দেশখনত এই মহামাৰীত আক্ৰান্ত সংখ্যা বৃদ্ধি পালে 49,04,01 গৰাকীলৈ ৷ আনহাতে ইয়াৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাইছে 15,301 গৰাকীলৈ ৷ বৰ্তমানেও দেশত 18,94,63 গৰাকী সক্ৰিয় আক্ৰান্ত লোক থকাৰ বিপৰীতে, এই মহামাৰীৰ কবলৰ পৰা সুস্থ হৈ উঠিছে 28,56,36 গৰাকী লোক ৷ এই মহামাৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ হাৰ আটাইতকৈ অধিক পোৱা গৈছে ক্ৰমে মহাৰাষ্ট্ৰ, দিল্লী আৰু তামিলনাডুত ৷ মহাৰাষ্ট্ৰত আক্ৰান্তৰ সংখ্যাই 147741 গৰাকী অতিক্ৰম কৰাৰ বিপৰীতে, দিল্লী আৰু তামিলনাডুত এই সংখ্যাই অতিক্ৰম কৰিছে ক্ৰমে 73780 আৰু 70977 গৰাকী ৷ দেশৰ ভিন্ন ৰাজ্যত COVID-19ৰ সাম্প্ৰতিক স্থিতি সম্পৰ্কে জানিবলৈ চাওক এই প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.