thumbnail

By

Published : Jun 21, 2020, 5:01 PM IST

ETV Bharat / Videos

ভাৰতৰ ভিন্ন ৰাজ্যত COVID-19ৰ শেহতীয়া তথ্য

ভাৰতবৰ্ষত COVID-19 আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে 4 লক্ষাধিক ৷ 21 জুনলৈ এই মহামাৰীত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে 410461 গৰাকীলৈ ৷ সম্প্ৰতি দেশত 169451 গৰাকী সক্ৰিয় আক্ৰান্ত লোক থকাৰ বিপৰীতে, এই পৰ্যন্ত এই মহামাৰীৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে 12254 গৰাকীলৈ ৷ উল্লেখ্য যে, বৰ্তমানলৈ 227755 গৰাকী লোক আৰোগ্য হৈ উঠিছে COVID-19ৰ কবলৰ পৰা ৷ দেশৰ ভিন্ন ৰাজ্যৰ COVID-19ৰ সাম্প্ৰতিক পৰিসংখ্যা সম্পৰ্কে জানিবলৈ চাওক এই প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.