ভৰতৰ ৰাজ্য়সমূহত COVID-19ৰ শেহতীয়া পৰিসংখ্যা - INDIA TRACKER
🎬 Watch Now: Feature Video

ভাৰতত COVID-19 সংক্ৰমণৰ সংখ্যাই অতিক্ৰম কৰিলে 3 লক্ষাধিক । 15 জুনলৈ এই সংক্ৰমণৰ সংখ্যা বৃদ্ধি পায় 332424 গৰাকী লোকলৈ । লগতে এই মহামাৰীৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পায় 9520 গৰাকীলৈ । বৰ্তমানলৈ এই মহামাৰীৰ কবলৰ পৰা সুস্থ হৈ উঠিছে 169798 গৰাকী লোক । ভাৰতৰ ভিন্ন ৰাজ্যৰ COVID-19ৰ সাম্প্ৰতিক তথ্য জানিবলৈ চাওক এই প্ৰতিবেদন...