ভাৰতত Covid 19 ৰ শেহতীয়া পৰিসংখ্যা - ভাৰতত Covid 19 ৰ শেহতীয়া পৰিসংখ্যা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-7831421-thumbnail-3x2-a.jpg)
চলিত বৰ্ষৰ 31 জানুৱাৰীত ভাৰতবৰ্ষৰ কেৰালাত প্ৰথমগৰাকী লোকৰ শৰীৰত পোৱা গৈছিল Covid 19 ৰ উপস্থিতি ৷ এই সংখ্যা মাৰ্চ মাহৰ পৰা দ্ৰুতগতিত বৃদ্ধি পাবলৈ আৰম্ভ কৰে ৷ ক্ৰমান্বয়ে দেশত কৰ'ণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে 5 লক্ষাধিক ৷ 30 জুনলৈ আক্ৰান্তৰ সংখ্যা 5,66,840 গৰাকীলৈ বৃদ্ধি পাইছে দেশত ৷ সমান্তৰালকৈ এই মহামাৰীত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পালে 16,893 গৰাকীলৈ ৷ দেশৰ সকলো ৰাজ্যতে COVID-19 আক্ৰান্তৰ সংখ্যা জানিবলৈ চাওক এই প্ৰতিবেদন...