বৰদিনত প্ৰিয়জনক উপহাৰ দিয়ক চকলেট ৰাম বল - desserts
🎬 Watch Now: Feature Video
25 ডিচেম্বৰ অৰ্থাৎ বৰদিন ৷ বৰদিনটি মিঠা আৰু সজীৱ কৰি তোলক সহজতে তৈয়াৰ কৰিব পৰা মিঠাইৰে ৷ ঘৰতে এই মিঠাই প্ৰস্তুত কৰি বৰদিনত উপহাৰ দিয়ক প্ৰিয়জনক ৷ আজিৰ মিঠাইৰ তালিকাত আছে চকলেট ৰাম বল ৷ অতি সহজতে আৰু কম খৰচতে ঘৰতে তৈয়াৰ কৰিব পৰা মিঠাইবিধ ডেজাৰ্ট হিচাপে ব্যৱহাৰ কৰিব পাৰিব ৷ এই মিঠাই কেনেকৈ প্ৰস্তুত কৰিব পাৰি আহকচোন চাও-