অৰুণাচলত ভয়ংকৰ ভূমিস্খলন : নিহত 2 - ভয়ংকৰ ভূমিস্খলন
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-3817893-thumbnail-3x2-jpg.jpg)
অৰুণাচল প্ৰদেশত পুনৰ ভূমিস্খলন ৷ এইবাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী টাৱাং জিলাৰ লুমলাৰ এখন আৱাসিক স্কুলত ভূমিস্খলন ৷ বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় ৩:৩০ বজাত স্থানীয় লোকৰ মতে ভূমিস্খলনৰ ফলত স্কুলৰ বেৰ ভাঙি দুজন ছাত্ৰৰ মৃত্যু আৰু দুজনৰ গুৰুতৰভাৱে আহত ৷ এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন...