পঞ্জাৱত দুৰ্ঘটনাগ্ৰস্ত বায়ু সেনাৰ Mig-29 বিমান - An Indian Air Force fighter aircraft has crashed in Punjab etv Bharat Assam
🎬 Watch Now: Feature Video

শুকুৰবাৰে পঞ্জাবত দুৰ্ঘটনাত পতিত হয় ভাৰতীয় বায়ু সেনাৰ এখন প্ৰশিক্ষণ অভিযানৰ Mig-29 বিমান ৷ বিমানখনত কাৰিকৰী বিসংগতি হোৱাৰ বাবে নিয়ন্ত্ৰণ হেৰুৱায় দুৰ্ঘটনা সংঘটিত হয় ৷ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পূৰ্বেই পেৰাচুটৰ দ্বাৰা পাইলতজনে নিজৰ প্ৰাণ ৰক্ষা কৰে যদিও কিছু পৰিমাণে আহত হয় পাইলটজন ৷ ইতিমধ্যে ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে ভাৰতীয় বায়ু সেনায় ৷