ধানবাদৰ ক’লা হীৰা ফাগু মাহাতো - A story of Fagu Mahato
🎬 Watch Now: Feature Video
দশৰথ মাঝিৰ কাহিনী আপোনাৰ নিশ্চয় মনত আছে ৷ দশৰথ মাঝি, যাৰ পত্নীয়ে প্ৰসৱ বেদনাৰ বাবে পৰ্বত পাৰ হ'ব পৰা নাছিল আৰু তাৰ পৰা পৰি মৃত্যু হৈছিল ৷ জেদ এনেকুৱা আছিল যে গোটেই পৰ্বত হাতুৰি-বটালিৰে ভাঙিছিল মাঝিয়ে ৷ ঠিক তেনেকুৱাই কাহিনী ধনবাদৰ ফাগু মাহাতোৰ । পিতৃৰ সপোন পূৰণ কৰিবলৈ, তেওঁ কোৰেৰে মাটি কাটি পানীৰ সোঁত বোৱাইছিল ৷