ইউক্ৰেইনৰ পৰা কলগাছিয়ালৈ উভতি অহা ছাত্ৰৰ ঘৰত উপায়ুক্ত তেজ প্ৰসাদ ভুষাল - ইউক্ৰেইনত আৱদ্ধ অসমৰ শিক্ষাৰ্থী

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 6, 2022, 9:59 PM IST

Updated : Feb 3, 2023, 8:18 PM IST

দেওবাৰে বিয়লি বৰপেটাৰ জিলা উপায়ুক্ত তেজ প্ৰসাদ ভুষালে কলগাছিয়াৰ ইউক্ৰেইনত অধ্যয়নৰত লাবিব শ্বামিমৰ ঘৰত উপস্থিত হৈ ছাত্ৰজনৰ লগত মত বিনিময় কৰে । অৰ্থাহাৰ আৰু পিয়াহে ভাগৰে প্ৰচণ্ড শীতক নেওচি ভয়ানক তুষাৰপাতৰ পৰিস্থিতি (Russia Ukraine War) ৰ মাজত কেনেকৈ লাবিব শ্বামিমে নিজ গৃহত উপস্থিত হৈছে (Assamese students from Ukraine have arrived at kalgachia) আৰু লগতে ইউক্ৰেইনত চিকিৎসা বিজ্ঞানৰ উন্নয়ন,পৰিসৰ আৰু অন্যান্য সা-সুবিধা সম্পৰ্কে দীৰ্ঘ সময় মত বিনিময় কৰি কেন্দ্ৰীয় তথা ৰাজ্যিক চৰকাৰৰ পদক্ষেপক ভূয়সী প্ৰসংশা কৰে । লগতে এতিয়ালৈকে ইউক্ৰেইনত আৱদ্ধ হৈ থকা ছাত্ৰ ছাত্ৰীসকল (Assamese students trapped in Ukraine) ক ঘৰলৈ আনিবলৈ চৰকাৰে ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁ আশাবাদী ।
Last Updated : Feb 3, 2023, 8:18 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.