thumbnail

By

Published : Apr 3, 2022, 5:33 PM IST

Updated : Feb 3, 2023, 8:21 PM IST

ETV Bharat / Videos

ৰকিবুল হুছেইনক দেখিলেই মোৰ লাজলগা হৈছে : শিখা শৰ্মা

বিজেপি চৰকাৰে লুটি-পুটি খালে ৰাইজক । হিমন্ত বিশ্ব শৰ্মা, অখিল গগৈ, আজমল আৰু কংগ্ৰেছৰ দুই এক মিলি এতিয়া চৰকাৰ চলাই আছে । এই মন্তব্য লেখিকা শিখা শৰ্মাৰ (Sikha Sarma criticises Assam government)৷ সংখ্যালঘূ লোকৰ কৰ্ম-সংস্কৃতিক লৈও মন্তব্য কৰে লেখিকাগৰাকীয়ে ৷ এই লোকসকলৰ দুখ মোচনৰ বাবে চৰকাৰে উচিত পদক্ষেপ ল'ব লাগে বুলি মন্তব্য কৰে শিখা শৰ্মাই ৷ বৰ্তমানৰ কোনা ৰাজনৈতিক দলক পচন্দ নকৰাৰ কথাও প্ৰকাশ কৰিলে কলিয়াবৰৰ ভূৰবন্ধাত উপস্থিত হোৱা লেখিকাগৰাকীয়ে ৷ ৰকিবুল হুছেইনক দেখিলেই লাজলগা হৈছে বুলিও মন্তব্য শিখা শৰ্মাৰ ৷
Last Updated : Feb 3, 2023, 8:21 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.