thumbnail

By

Published : Feb 22, 2022, 9:58 PM IST

Updated : Feb 3, 2023, 8:17 PM IST

ETV Bharat / Videos

মাজুলীত গড়ৰ মুক্ত বিচৰণ

মাজুলীত গড়ৰ মুক্ত বিচৰণ (A rhino roaming freely in Majuli) ৷ কেমেৰা ত বন্দী গঁড়ৰ বিচৰণৰ দৃশ্য ( Rhino in Majuli )। কাজিৰঙা পৰা অহা হাতীয়ে খেদিব পৰা নাই মাজুলীৰ চৰ চাপৰি অৱস্থান কৰা গঁড়টো । কাজিৰঙাৰ পৰা অহা লক্ষ্মীপ্ৰসাদ আৰু হৰি প্ৰসাদ নামৰ হাতী দুটাই ১৭ ফেব্ৰুৱাৰী পৰা গঁড় খেদাত কামত নিয়োজিত হৈ আছে যদিও সফল হোৱা নাই । বন বিভাগৰ লোক দেখিলেই চোঁচা লয় গড়টোৱে ৷মাজুলীত অৱস্থান কৰা গঁড়টো খেদাত ব্যৰ্থ মূল কাৰণ মাজুলীৰ বন সংমণ্ডলত পৰ্য্যাপ্ত কৰ্মীৰ অভাৱ । মাজুলীৰ বন কৰ্মী সকলে দিনে নিশাই অহৰহ কষ্ট কৰি এই গড়টো খেদিবলৈ চেষ্টা কৰি আছে যদিও অব্যাহত ৰাখিছে কিন্তু সফল হোৱা নাই ।
Last Updated : Feb 3, 2023, 8:17 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.