অখিল গগৈৰ বিৰুদ্ধে ভোটদান কেন্দ্ৰত নিৰ্বাচনী প্ৰচাৰৰ অভিযোগ - শিৱসাগৰত নিৰ্বাচনী বিধি উলংঘন কৰি প্ৰচাৰ অভিযান
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-14651923-thumbnail-3x2-hj.jpg)
শিৱসাগৰৰ ভোটগ্ৰহণ (Assam Municipal Election 2022) কেন্দ্ৰত পুৱা সংঘটিত হয় অপ্ৰীতিকৰ পৰিস্থিতিৰ (Tense situation in Sivasagar polling booth) ৷ শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে পুৱা ১ নং আৰু ২ নং ৱাৰ্ড দুটা পৰিদৰ্শন কৰিবলৈ যাওঁতেই সৃষ্টি হয় এই অপ্ৰীতিকৰ পৰিস্থিতিৰ । বিধায়কগৰাকীয়ে শিৱসাগৰত নিৰ্বাচনী বিধি উলংঘন কৰি প্ৰচাৰ অভিযান অব্যাহত ৰখাৰ অভিযোগ ৰাইজৰ (Akhil Gogoi Election campaign at Sivasagar polling booth) ।
Last Updated : Feb 3, 2023, 8:18 PM IST