UP Assembly Election 2022 : বিজেপি-সমাজবাদী পাৰ্টীৰ সমৰ্থকৰ মাজত সংঘাত, আহত এক

By

Published : Mar 10, 2022, 2:29 PM IST

Updated : Feb 3, 2023, 8:19 PM IST

thumbnail

আজি উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিন । চোৰাংচোৱাৰ পৰা লাভ কৰা তথ্য অনুসৰি ৰাজ্যখনৰ 17 খন জিলাত ফলাফল ঘোষণাৰ অন্তত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে (alert regarding violence in UP) ৷ বিশেষকৈ পশ্চিম উত্তৰ প্ৰদেশৰ কেইবাখনো জিলাত এনেধৰণৰ বিক্ষিপ্তমূলক ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা অধিক ৷ যাৰ ভিতৰত আছে কানপুৰ, আজমগড় আদি । ইতিমধ্যে ৰাজ্যখনত সংঘটিত হৈছে বিজেপি-সমাজবাদী পাৰ্টীৰ সমৰ্থকৰ মাজত সংঘাত ৷ গাজিয়াবাদত সংঘটিত এই সংঘাতৰ ফলত আহত হৈছে এগৰাকী ব্যক্তি ৷

Last Updated : Feb 3, 2023, 8:19 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.