MG Hazarika adverse comments: চাওতাল সকল মিঞাৰ বংশধৰ নহয়: ছাত্ৰ নেতা - Mg Hazarika adverse comments

🎬 Watch Now: Feature Video

thumbnail

By

Published : Oct 29, 2022, 9:22 AM IST

Updated : Feb 3, 2023, 8:30 PM IST

মিঞা পৰিষদ অসমৰ প্ৰতিস্থাপক এম জি হাজৰিকাই মিঞা সম্প্ৰদায়ৰ ওপৰত মন্তব্য দিবলৈ গৈ আদিবাসী সকলক মিঞা সম্প্ৰদায়ৰ সৈতে একাকাৰ কৰাক লৈ জাঙোৰ খাই উঠিছে বাক্সা আৰু তামুলপুৰ জিলা চাওতাল ছাত্ৰ সন্থা(Student Union of Tamulpur slams MG Hazarika) । এম জি হাজৰিকাই চাওতাল সকলক মিঞাৰ বংশধৰ হিচাপে বক্তব্য প্ৰদান কৰাৰ ক্ষেত্ৰত ধিক্কাৰ জনাই ছাত্ৰ সংগঠনটোই(Students union reacted to MG Hazarika comments) । চাওতালসকলৰ সুকীয়া জনগোষ্ঠীয় পৰিচয়ৰ লগতে কৃষ্টি-সংস্কৃতি থকাৰ পিছতো কিহৰ ভিত্তিত চাওতাল সকলক মিঞাৰ সৈতে একাকাৰ কৰিলে বুলিও প্ৰশ্ন উত্থাপন কৰে চাওতাল ছাত্ৰ নেতা গৰাকীয়ে । আগন্তুক ২৪ ঘন্টাৰ ভিতৰত এম জি হাজৰিকাক নিজৰ বিৰূপ মন্তব্য উঠাই লবৰ বাবে সকীয়নি প্ৰদান কৰে অন্যথা আগন্তুক সময়ত গনতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ লগতে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলিও হুঙ্কাৰ প্ৰদান কৰে ছাত্ৰ সংগঠনটোই ।
Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.