চিকিৎসালয়ৰ পৰা ওলায়েই ৰোগীৰ মৃত্যু: ডাম্পাৰে মহতিয়াই নিলে ৰোগীক - Road accident at Barpeta
🎬 Watch Now: Feature Video

বৰপেটা মেডিকেল কলেজ হাস্পতালৰ সমীপত সংঘটিত শোকাবহ পথ দুৰ্ঘটনা(Road accident at Barpeta) । বৰপেটা মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন ২৩ বছৰীয়া এজন যুৱকে পুৱা হাস্পতালৰ পৰা ওলাই অহাৰ সময়তে এখন ডাম্পাৰে মহতিয়াই নিয়ে যুৱকজনক । ডাম্পাৰৰ চকাৰ তলত পৰি থিতাতে নিহত হয় যুৱকজন(One died in road accident at Barpeta) । লগে লগে হুৱাদুৱা লাগে হাস্পতাল চৌহদত ।
Last Updated : Feb 3, 2023, 8:25 PM IST