Raas preparation: মুকালমুৱাৰ ৰামপুৰত শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱৰ প্ৰস্ততি তুংগত - Raas preparation in Assam
🎬 Watch Now: Feature Video
ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি(Raas preparation in Assam) । নলবাৰী জিলাৰ মুকালমুৱাৰ ৰামপুৰতো পূৰ্ণ গতিত চলিছে ৰাস মহোৎসৱৰ প্ৰস্তুতি । ৰামপুৰ গোপাল থান প্ৰাঙ্গণত সাত দিনীয়াকৈ আয়োজন কৰিছে ৬৭ তম শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ(Raasleela 2022) । ৰামপুৰ ৰাস মহোৎসৱ উদযাপন সমিতিৰ উদ্যোগত অহা ৭ নৱেম্বৰৰ পৰা ১৩ নবেম্বৰলৈ ৰামপুৰ গোপাল থান প্ৰাঙ্গণত অনুষ্ঠিত কৰিছে ৰাস মহোৎসৱ । উল্লেখযোগ্য, যে ৰামপুৰতো নামনি অসমৰ প্ৰচলিত মৃণ্ময় মূৰ্তি ৰাস অনুষ্ঠিত হয় । সেয়েহে ৰাসৰ বাবে মৃৎ শিল্পী সকলে মৃণ্ময় মূৰ্তিসমূহ নিৰ্মাণত ব্যস্ত হৈ পৰিলক্ষিত হৈছে ।
Last Updated : Feb 3, 2023, 8:31 PM IST