বিমান বন্দৰত ঢোলে-দগৰে আদৰণি সৰ্বানন্দ সোণোৱালক - Mohanbari Airport Dibrugarh
🎬 Watch Now: Feature Video

দেশৰ সংসদীয় বৰ্ড(Parliamentary Board) আৰু ৰাষ্ট্ৰীয় নিৰ্বাচনী সমিতিৰ সদস্য হিচাবে দ্বায়িত্ব লাভ কৰাৰ পাছত আজি ডিব্ৰুগড়লৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal in Dibrugarh)। ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালক আদৰিবলৈ বিভিন্ন জাতি-জনগোষ্ঠীয় লোকৰ লগতে বহু শুভাকাংক্ষীয়ে ভিৰ কৰা পৰিলক্ষিত হয় । ডিব্ৰুগড়ৰ প্ৰতিটো সমষ্টিৰ পৰাই ৰাইজ আহি ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দত ভিৰ কৰা দেখা যায় (Mohanbari Airport Dibrugarh)। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ডিব্ৰুগড় মোহনবাৰী বিমানবন্দৰ পৰা আউনীআটী শাখা সত্ৰলৈকে শুভাযাত্ৰা কৰি বিজেপি কৰ্মীসকলে আদৰি নিয়াৰ যো-জা চলায় ।
Last Updated : Feb 3, 2023, 8:28 PM IST