Pakistan woman vote in Junagadh: গুজৰাটত ভোটদান কৰিলে পাকিস্তানৰ মহিলাই..!

By

Published : Dec 1, 2022, 4:19 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail
পাকিস্তানৰ মহিলাই প্ৰথমবাৰৰ বাবে ভাৰতৰ গুজৰাটত ভোটদান কৰিলে । জুনাগড়ত জীৱনৰ প্ৰথমটো ভোটদান কৰি আনন্দিত হেমা মনীষ আহুজা নামৰ মহিলাগৰাকী (Pakistan woman vote for the first time)। বিগত বছৰত পাকিস্তানৰ পৰা ভাৰতলৈ আহিছিল মহিলাগৰাকী । পাকিস্তানত জন্মগ্ৰহণ কৰি হেমা জুনাগড়ৰ মনীষ আহুজাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল । তাৰ পাছত ভাৰতৰ নাগৰিকত্ব লাভৰ বাবে চেষ্টা চলাই আছিল যদিও তেওঁ ২০২১ চনতহে ভাৰতীয় নাগৰিকত্ব লাভ কৰিবলৈ সক্ষম হয় (Hema Ahuja got Indian citizenship in 2021)। তাৰ পাছতে গুজৰাটৰ নিৰ্বাচনত জুনাগড়ত ভোট দান কৰি যথেষ্ট উৎফুল্লিত হৈ পৰিছে হেমা মনীষ আহুজা ।
Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.