Road Accident at Jania: এল্ট’ K10 গাড়ীৰ খুন্দাত চিন্ন ভিন্ন হ’ল স্কুটী, আহত এজন - বৰপেটা চিকিৎসা মহাবিদ্যালয়
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-17276135-thumbnail-3x2-jui.jpeg)
জনীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা (Road Accident at Jania) সংঘটিত হয় ৷ বুধবাৰে বিয়লি এখন এল্টো K10 গাড়ীয়ে ৰখাই থোৱা এখন স্কুটীত খুন্দা মৰাত এজন লোক আহত হয় (One injured in Road Accident)৷
Last Updated : Feb 3, 2023, 8:36 PM IST