Jonai Road Accident: জোনাইত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এজনে - National Highway 515
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-15709526-thumbnail-3x2-sducs.jpg)
জোনাইৰ লেকুত শোকাৱহ পথ দূৰ্ঘটনা (Road accident in Jonai)৷ দুৰ্ঘটনাত থিতাতে নিহত এজন লোক ৷ নিহত লোকজন 1 নং মূৰ্কংচেলেকৰ নিহাল কুম্বাং ৷ জোনাইৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় শোকাৱহ পথ দূৰ্ঘটনাটো ৷ জোনাই লেকু গাৱঁৰ ভাৰত পেট্ৰ’লিয়ামৰ সমীপৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন স্কুটী আৰু পিকআপ ভানৰ মুখামুখি সংৰ্ঘষ ৷ ফলত সংঘটিত হয় দুৰ্ঘটনাটো ৷ এই সংৰ্ঘষৰ ফলত ঘটনাস্থলীতে স্কুটী চালক নিহাল কুম্বাং নিহত হোৱাৰ লগতে স্কুটী আৰোহী দুজন গুৰুতৰভাৱে আহত হয় ৷
Last Updated : Feb 3, 2023, 8:24 PM IST