Old women mysterious death: তৃতীয় মহলাৰ পৰা পৰি বৃদ্ধাৰ ৰহস্যজনক মৃত্যু - মহানগৰীৰ ভেটাপাৰাত অঘটন
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-17062834-thumbnail-3x2-bridha.jpg)
গুৱাহাটীৰ ভেটাপাৰাত তিনি মহলাৰ পৰা পৰি এগৰাকী বৃদ্ধাই মৃত্যুক সাৱতি ল'বলগীয়া হৈছে (Old women mysterious death at Basistha)৷ বৃদ্ধা গৰাকীৰ বয়স প্ৰায় ৭৫ বছৰ ৷
Last Updated : Feb 3, 2023, 8:33 PM IST