Dilip Saikia criticizes Congress: সমষ্টি পুনৰনিৰ্ধাৰণ হলেও কোনো সাংসদ-বিধায়কৰ সমস্যা নহয়: দিলীপ শইকীয়া - সাংসদ দিলীপ শইকীয়া
🎬 Watch Now: Feature Video
"মুংগেৰিলাল কে হাছিন স্বপ্নে ৷ ভাৰতবৰ্ষ অথবা অসমত কংগ্ৰেছ বা অন্য দলে চৰকাৰ গঠনৰ আশা বাদ দিব লাগে (Dilip Saikia criticizes Congress) ৷ তেওঁলোকে সংগঠন কৰি থাকক ৷ নিৰ্দিষ্ট ভোটবেংক বৃদ্ধি কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখক ৷ কিন্তু যি চৰকাৰৰ দিনত কাম হৈছে অথবা ৰাইজৰ আশা আকাংক্ষা পূৰণ হৈছে, সেই চৰকাৰখনক অসম তথা ভাৰতবৰ্ষৰ ৰাইজে কামৰ দাম দিবলৈ সাজু আছে ৷" এই মন্তব্য মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ ৷ সমষ্টি পুনৰনিৰ্ধাৰণৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জনসংখ্যা অনুযায়ী প্ৰয়োজন হ’লে সমষ্টি বৃদ্ধিৰ পোষকতাও কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক গৰাকীয়ে (Dilip Saikia react on Constituency Redesignation)। নিৰ্বাচন আয়োগে বিধি অনুযায়ী সমষ্টি পুননিৰ্ধাৰণৰ কাম কৰিব । সমষ্টি পুনৰনিৰ্ধাৰণ হলেও কোনো সাংসদ-বিধায়কৰ সমস্যা নহয় বুলি মন্তব্য দিলীপ শইকীয়াৰ ।
Last Updated : Feb 3, 2023, 8:37 PM IST