Man Elephant Conflict: হাতী মানুহৰ সংঘাত ৰোধৰ বাবে কি পৰামৰ্শ বিধায়ক পদ্ম হাজৰিকাৰ ?
🎬 Watch Now: Feature Video
সমগ্ৰ ৰাজ্যতে বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত(Man elephant conflict in Assam) ৷ হাতী মানুহৰ এই সংঘাত ৰোধ কৰিবলৈ মৰিয়নিত কিছু পৰামৰ্শাৱলী আগবঢ়ালে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই(MLA Padma Hazarika) ৷ তাৰ লগতে বিধায়কগৰাকীয়ে কয়, ‘‘হাতী-মানুহৰ সংঘাত ৰোধৰ ক্ষেত্ৰত চৰম ভাৱে ব্যৰ্থতা প্ৰদৰ্শন কৰিছে বনবিভাগে । এই সংঘাত ৰোধৰ বাবে হ্ৰস্যম্যাদী আৰু দীৰ্ঘম্যাদী ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন আহি পৰিছে ৷ হাতীৰ বাবে আমি প্ৰয়োজনীয় খাদ্য ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ৷’’
Last Updated : Feb 3, 2023, 8:38 PM IST