Ranjit Kumar Dass at Bihpuria: ৰণজিৎ দাসে ক’লে; শিক্ষাখণ্ডত দুৰ্নীতি থকাটো পুনৰ প্ৰমাণিত হ’ল - hattadev university Registrar Arrested
🎬 Watch Now: Feature Video

ৰাজ্যত শেহতীয়াকৈ দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত ইজনৰ পিছত সিজন দুৰ্নীতিত লিপ্ত বিষয়া গ্ৰেপ্তাৰ হৈছে (Anti Corruption Mission in Assam)। শনিবাৰে দুৰ্নীতি নিবাৰক শাখাই ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ককো দুৰ্নীতিৰ অভিযোগত হাতে-লোটে গ্ৰেপ্তাৰ কৰিছিল (Bhattadev university Registrar Arrested)। ৰাজ্যৰ জ্যেষ্ঠ মন্ত্ৰী তথা আইন বিভাগৰ দ্বায়িত্বত থকা ৰণজিৎ কুমাৰ দাসে এই` সন্দৰ্ভত সংবাদ মাধ্যমক আগত কয়, ‘‘পঞ্জীয়কগৰাকী আচলতে এইটোৰ পৰা আঁতৰি থাকিব লাগিছিল ৷ শিক্ষানুষ্ঠানত সৰ্বাধিক দুৰ্নীতি হৈ থকাৰ যি অভিযোগ সেই অভিযোগ পুনৰ প্ৰমাণিত হ'ল ৷ আইনে নিজে গতি ল'ব’’ (Minister Ranjit Kumar Dass reacts on Bhattadev university Registrar Arrest)৷
Last Updated : Feb 3, 2023, 8:26 PM IST