thumbnail

Artist Tarawati Mili Bori: বিশিষ্ট শিল্পী তৰাৱতী মিলি বড়িক সম্বৰ্ধনা সাংবাদিকৰ

By

Published : Nov 9, 2022, 11:53 AM IST

Updated : Feb 3, 2023, 8:31 PM IST

যোৱা ৫ নৱেম্বৰত গোলাঘাটত সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ মৃত্যু দিৱস উদযাপন কৰা হৈছিল । য'ত গোলাঘাট ছাত্ৰ সন্থা আৰু সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতিয়ে সুধাকণ্ঠ ড° ভূপেন হাজৰিকা সংহতি বঁটা প্ৰদান কৰে মিচিং লোকশিল্পী তৰাৱতী মিলি বড়িক (Bhupen Hazarika Sanghati Award) ৷ এই বঁটা গ্ৰহণ কৰাৰ লগে লগে ধেমাজি জিলাত শিল্পীগৰাকীৰ অনুৰাগীৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে । বঁটা গ্ৰহণৰ পাছত গৃহ জিলাত উপস্থিত হোৱাৰ লগে লগে বিভিন্নজনে শিল্পীগৰাকীক অভিনন্দন জনায় । জোনাইৰ স্থানীয় সাংবাদিকসকলেও শিল্পীগৰাকীৰ বাসগৃহত উপস্থিত হৈছে অভিনন্দন জনায় (Journalist felicitates artist Tarawati Mili Bori)। লগতে শিল্পী তৰাৱতী মিলি বড়িক সম্বৰ্ধনাও জ্ঞাপন কৰে সাংবাদিকসকলে ।
Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.