HS Exam result 2022: বাণিজ্য শাখাৰ ষষ্ঠ স্থানত কে চি দাস কমাৰ্চ কলেজৰ ছাত্ৰ দীপক লুধা - commerce 6 position
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-15667528-thumbnail-3x2-kkf.jpg)
আজি ঘোষিত হ’ল উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰিক্ষাৰ চূড়ান্ত ফলাফল (Higher Secondary result 2022) ৷ বাণিজ্য শাখাৰ ষষ্ঠ স্থান লাভ কৰিছে মহানগৰীৰ কে চি দাস কমাৰ্চ কলেজৰ ছাত্ৰ দীপক লুধাই ৷ ভৱিষ্যতে এগৰাকী চাৰ্টাৰ একাউণ্টেণ্ট হোৱাৰ মন দীপকৰ ৷ পুত্ৰৰ সাফল্যত উৎফল্লিত মাতৃ ৷
Last Updated : Feb 3, 2023, 8:24 PM IST