Young woman collapsed and died: গোলাপী অনুষ্ঠানত অংশগ্ৰহণৰ সময়তে ঢলি পৰি যুৱতীৰ মৃত্যু

By

Published : Nov 25, 2022, 9:52 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail
কৰ্ণাটকৰ উদুপীৰ হাৱঞ্জেত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ হাৱাঞ্জেৰ বাসিন্দা জোছনা লুইছ (২৩) নামৰ যুৱতীগৰাকীয়ে এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অহাৰ সময়তে হঠাতে বাগৰি পৰি অকাল মৃত্যুক আঁকোৱালি লয়(A young woman collapsed and died) ৷ জোছনাই গোলাপী অনুষ্ঠানৰ বাবে বুধবাৰে নিশা কোল্লাগিৰি হাৱঞ্জেত থকা আত্মীয়ৰ ঘৰলৈ আহিছিল(Rose ceremony at Udupi) । খোজকাঢ়ি আহি থাকোঁতে হঠাৎ মজিয়াত ঢলি পৰে ৷ লগে লগে জোছনাক মণিপাল চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । কিন্তু বৃহস্পতিবাৰে পুৱা চিকিৎসালয়তে জোছনাৰ মৃত্যু হয় । এই ভিডিঅ'টো এতিয়া সামাজিক মাধ্যমত ব্যাপক ভাইৰেল হৈছে ।
Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.