বিজেপিৰ চক্ৰান্তত ভৰি দিলে অসমৰ ৰাইজে: বিৰোধী দলপতি - কংগ্ৰেছ পৌৰসভা নিৰ্বাচন
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-14685273-thumbnail-3x2-sdjcsj.jpg)
বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ অপকট স্বীকাৰোক্তি, ‘‘পৌৰসভা নিৰ্বাচনৰ ফলাফল কংগ্ৰেছ দলৰ বাবে হতাশাজনক । বিজেপিৰ চক্ৰান্তত ভৰি দিলে অসমৰ ৰাইজে । বিজেপিৰ প্ৰচাৰৰ হেঁচাত কংগ্ৰেছ তিষ্ঠিব নোৱাৰিলোঁ ।’’(Debabrat Saikia reacts on municipal election result)
Last Updated : Feb 3, 2023, 8:19 PM IST