শীঘ্ৰেই সত্ৰৰ ভূমি বেদখলমুক্ত হ'ব: মৃণাল শইকীয়া

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 3, 2022, 8:03 PM IST

Updated : Feb 3, 2023, 8:21 PM IST

বিহপুৰীয়াত উপস্থিত বিধায়ক মৃণাল শইকীয়া আৰু প্ৰদীপ হাজৰিকা । বিহপুৰীয়াৰ শ্ৰীশ্ৰী আদিএলেঙী সত্ৰ পৰিদৰ্শন কৰি অতি শীঘ্ৰেই সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ প্ৰতিশ্ৰুতি বিধায়ক কেইগৰাকীৰ (Mrinal saikia and Pradip hazarika visits satra) । বিগত সময়ত কোনো এখন চৰকাৰে সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ ক্ষেএত গুৰুত্ব প্ৰদান কৰা নাছিল যদিও বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰখনে সত্ৰ সমূহৰ ভূমি বেদখলমুক্ত কৰাৰ ক্ষেএত দৃঢ় পদক্ষেপ গ্ৰহন কৰিছে বুলি মন্তব্য কৰে । লগতে সত্ৰসমূহৰ ভূমি সমূহ মিঞা লোকসকলে বেদখল কৰি আহিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে বিধায়ক মৃণাল শইকীয়াই ৷ উল্লেখ্য যে, আদিএলেঙী সত্ৰৰ ৪৬০ বিঘা ভূমি শীঘ্ৰে মুকলি কৰা হব আৰু পাভ সংৰক্ষিত বনাঞ্চলৰ বেদখল মুক্ত কৰা হব বুলি মন্তব্য কৰে ৷
Last Updated : Feb 3, 2023, 8:21 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.