thumbnail

KAAC ৰ নিৰ্বাচনৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

By

Published : Mar 25, 2022, 9:37 PM IST

Updated : Feb 3, 2023, 8:20 PM IST

সমাগত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন (karbi anglong autonomous council election 2022 ) ৰ প্ৰতি লক্ষ্য ৰাখি শুকুৰবাৰে ডিফু উপায়ুক্ত কাৰ্যালয়ত 2022 চনৰ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ চূড়ান্ত তালিকাখন আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হয় ৷ সকলো ধৰণৰ দাবী আপত্তি নিষ্পত্তি কৰাৰ পিছত আজি জিলা নিৰ্বাচনী বিষয়া তথা জিলা উপায়ুক্ত দিবাকৰ নাথে ( DC Dibakar Nath) 18 নং হাওৰাঘাট আৰু 19 নং ডিফু বিধান সভাৰ অন্তৰ্গত 10 টাকৈ পৰিষদীয় সমষ্টি ক্ৰমে, হাওৰাঘাট, লাংফেৰ, ফুলনি,লাংহিন, কৰকাণ্ঠি,মহামায়া,নমাটি,লুম্বাজং, ধনশিৰি আৰু সিংহাসন পৰিষদীয় সমষ্টিৰ বাবে চূড়ান্ত ভোটাৰ তালিকাখন প্ৰকাশ কৰে (final voters list published before KAAC election ) ৷
Last Updated : Feb 3, 2023, 8:20 PM IST

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.