Operation against Jihadi in Assam: জেহাদীৰ সৈতে লিংক থকাৰ সন্দেহত আটক আমিৰ হামজা - জেহাদীৰ সৈতে লিংক থকাৰ সন্দেহত আটক আমিৰ হামজা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-15970694-thumbnail-3x2-jaaaa.jpg)
জেহাদীৰ লিংক বিচাৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত অসম আৰক্ষীৰ অভিযান (Jihadi activities in Assam) ৷ এইবাৰ জেহাদীৰ সৈতে লিংক থকাৰ সন্দেহত অসম আৰক্ষীয়ে অভিযান চলাই ধিঙৰ ভেৰভেৰী গাঁৱত (Operation against Jihadi in Assam)। মৈৰাবাড়ী থানাৰ আৰক্ষীয়ে ভেৰভেৰিস্থিত মুফটি মুস্তাফা আহমেদৰ মোমায়েকৰ ঘৰত চলাই অভিযান ৷ আনকি এই অভিযানৰ কালচোৱাতে পশ্চিম ভেৰভেৰি ছোবাহী মাদ্ৰাছাতো অভিযান চলাই আটক কৰে আমিৰ হামজা নামৰ এজন শিক্ষকক ।
Last Updated : Feb 3, 2023, 8:25 PM IST