Sherlyn Chopra on Rakhi Sawant: ৰাখীৰ বিৰুদ্ধে থানাত গোচৰ দি চৰ শোধালে শ্বাৰলিনে

By

Published : Nov 8, 2022, 11:21 AM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail
অভিনেত্ৰী তথা প্ৰাপ্তবয়স্ক কন্টেন্ট ক্ৰিয়েটৰ শ্বাৰলিন চোপ্ৰাই ৰাখী সাৱন্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাটো বিচাৰে (Sherlyn Chopra on Rakhi Sawant) । শ্বাৰলিনে ৰাখীৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত দাখিল কৰিলে আন এটা অভিযোগ । সংবাদ মাধ্যমৰ সৈতে কথা পাতি শ্বাৰলিনে ৰাখীয়ে বিষয়টোত হস্তক্ষেপ কৰাৰ আঁৰৰ কাৰণক লৈ প্ৰশ্ন উত্থাপন কৰে । শ্বাৰলিনে কয় যে যৌন নিৰ্যাতনৰ বিৰুদ্ধে মাত মতাটো তেওঁৰ সাংবিধানক অধিকাৰ ৷ এতিয়া ৰাখীয়ে এই বিষয়টোত হস্তক্ষেপ কৰাৰ আঁৰৰ কাৰণক লৈ প্ৰশ্ন উত্থাপন কৰে তেওঁ । চোপ্ৰাই কয় যে পৰ্ণগ্ৰাফী গোচৰত জেললৈ যোৱা ৰাজ কুন্দ্ৰা আৰু MeToo অভিযানেৰে অভিযুক্ত ছাজিদ খান সকলো তথ্য ৰাখীয়ে উদঙাই দিব লাগে ।
Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.