thumbnail

By

Published : Feb 20, 2022, 8:05 PM IST

Updated : Feb 3, 2023, 8:17 PM IST

ETV Bharat / Videos

ঘৰে ঘৰে হৰি নাম গাই ভোটাৰ ৰাইজৰ মন জয়ৰ চেষ্টা পৌৰসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ

পৌৰসভা নিৰ্বাচনৰ বাবে সাজু হৈছে শাসক-বিৰোধী সকলো দলৰ প্ৰাৰ্থী (Municipal Election 2022) ৷ ইয়াৰ মাজতে, নাৰায়ণপুৰ পৌৰসভাৰ এগৰাকী বিজেপি প্ৰাৰ্থীয়ে চলাইছে এক ব্যতিক্ৰমী ধৰণৰ নিৰ্বাচনী প্ৰচাৰ (Election Campaign by BJP candidate at Bihpuria) ৷ ঘৰে ঘৰে হৰি নাম গাই ভোটাৰ ৰাইজৰ মন জয় কৰাৰ চেষ্টা চলাইছে বিজেপিৰ পৌৰসভা প্ৰাৰ্থীগৰাকীয়ে । নাৰায়ণপুৰ পৌৰসভাৰ অন্তৰ্গত 5 নং ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থী পৱন বৰুৱা আৰু তেওঁৰ সমৰ্থক সকলে হৰি নাম গাই ৱাৰ্ডৰ প্ৰতি ঘৰে ঘৰে গৈ এনেদৰে ভোট বিচৰা পৰিলক্ষিত হৈছে । এইক্ষেত্ৰত প্ৰাৰ্থীগৰাকীক লগ দিছে মুছলমান সম্প্ৰদায়ৰ লোকসকলেও ৷ একেলগে হৰি নাম গাই ভোট বিচাৰা কাৰ্যই আমোদ দিছে ভোটাৰ ৰাইজক ৷
Last Updated : Feb 3, 2023, 8:17 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.