ক’লৈ গ’ল কলহভাঙ্গাৰ মুকবধিৰ মান্নান খান ? - differently abled man goes missing Barpetaroad
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-14656884-thumbnail-3x2-b.jpg)
বৰপেটাৰোডৰ কলহভাঙ্গা বিদ্যাপাৰাৰ মান্নান খান নামৰ এজন মুক বধিৰ লোক ফেব্ৰুৱাৰী মাহৰ 25 তাৰিখে হাউলীৰ মছজিদত শুকুৰবৰীয়া নামাজ আদায় কৰাৰ পাছৰে পৰাই বিগত 10 দিন ধৰি নিৰুদ্দেশ হৈ আছে (differently abled man goes missing Barpetaroad) ৷ নিৰুদ্দেশ হোৱা ব্যক্তিজনৰ নাম বোবা মান্নান খান (48) ৷ ফলত মানসিকভাৱে ভাঙি পৰিছে পৰিয়ালৰ লোকৰ লগতে গাওঁবাসী ৷ কোনোবা ব্যক্তিয়ে যদি বোবা লোকজনৰ কিবা সম্বেদ পায় তেন্তে ওচৰৰ আৰক্ষী থানা নতুবা 7002906610 / 9954240977 / 9854964571 /9957253373 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে ৷
Last Updated : Feb 3, 2023, 8:18 PM IST