বিৰোধী বিধায়কক একেলগে The Kashmir files চাবলৈ লগ ধৰিলে মুখ্যমন্ত্ৰীয়ে - বিধায়কক একেলগে The Kashmir files চাবলৈ লগ ধৰিলে মুখ্যমন্ত্ৰীয়ে
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-14741302-thumbnail-3x2-hh.jpg)
শেহতীয়াকৈ 'দ্য কাশ্মীৰ ফাইল্ছ' নামৰ ছবিখন দেশৰ বহু কেইগৰাকী শীৰ্ষ ৰাজনৈতিক নেতাই উপভোগ কৰিছে ৷ সোমবাৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো 'দ্য কাশ্মীৰ ফাইল্ছ' চোৱাৰ প্ৰতি প্ৰকাশ কৰিছিল বিশেষ আগ্ৰহ ৷ মঙলবাৰৰ দিনটোত বিধানসভা অধিৱেশন শেষ কৰি দলে-বলে ছবিখন উপভোগ কৰিবলৈ যোৱাৰ সিদ্ধান্তও লৈছিল মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ কথা মতেই কাম ৷ বিধানসভাৰ অধিৱেশনত নিজৰ বক্তব্যৰ সামৰণি মাৰি মুখ্যমন্ত্ৰীয়ে বিৰোধী বিধায়ক সকলকো ছবিখন উপভোগ কৰাৰ বাবে জনালে আহ্বান (CM requests opposition to watch movie with him ) ৷
Last Updated : Feb 3, 2023, 8:19 PM IST