ETV Bharat / sukhibhava

Soap For Skin: আপোনাৰ ছালৰ প্ৰকাৰ অনুযায়ী এনেদৰে বাছনি কৰক সঠিক চাবোন - সঠিক চাবোন

আপুনি যেনেকৈ আপোনাৰ আন সৌন্দৰ্য সামগ্ৰীসমূহ ছালৰ ধৰণ অনুসৰি বাচনি কৰে, একেদৰে চাবোন বাছনি কৰাৰ সময়তো আপুনি আপোনাৰ ছালৰ প্ৰকাৰৰ ওপৰত ধ্যান দিয়া উচিত ।

Now choose the right soap according to your skin like this
আপোনাৰ ছালৰ প্ৰকাৰ অনুযায়ী এনেদৰে বাছনি কৰক সঠিক চাবোন
author img

By

Published : Dec 28, 2022, 11:13 AM IST

এখন কোমল আৰু উজ্জ্বল ছালৰ অধিকাৰী হ'ব কোনেনো নিবিচাৰে ৷ ইয়াৰ বাবে প্ৰয়োজন ছালৰ যতন । আমি প্ৰায়ে সকলোৱে আমাৰ ছাল পৰিষ্কাৰ কৰিবলৈ চাবোন ব্যৱহাৰ কৰো । কিন্তু প্ৰায়ে আমি সকলোৱে বজাৰৰ পৰা যিকোনো ধৰণৰ চাবোন ক্ৰয় কৰি ছালত ব্যৱহাৰ কৰে যিটো আমাৰ ছালৰ বাবে অতি হানিকাৰক ।

উল্লেখ্য যে, প্ৰতিটো চাবোনেই আমাৰ ছালত বিভিন্ন ধৰণে কাম কৰে । আপুনি যেনেকৈ আপোনাৰ আন সৌন্দৰ্য সামগ্ৰীসমূহ ছালৰ ধৰণ অনুসৰি নিৰ্বাচন কৰে, একেদৰে চাবোন বাছনি কৰাৰ সময়ত আপুনিও আপোনাৰ ছালৰ প্ৰকাৰৰ যত্ন লোৱা উচিত ।

স্বাভাৱিক ছালৰ বাবে

স্বাভাৱিক ছাল বেছি তেলেতীয়া নহয় আৰু বেছি শুকানো নহয় । সেইবাবেই চাবোনটোও বাছনি কৰোঁতে কিছু গুৰুত্ব দিয়া উচিত । শুকান ছাল বা তেলীয়া ছালৰ বাবে তৈয়াৰী চাবোন কেতিয়াও ব্যৱহাৰ নকৰিব । ভুল চাবোন ব্যৱহাৰ কৰিলে ছালৰ ছিদ্ৰবোৰ বন্ধ হৈ যাব পাৰে । ইয়াৰ ফলত আপোনাৰ ছাল শুকান হ’ব পাৰে(Soap according to your skin)। বনৌষধি চাবোন ব্যৱহাৰ কৰিব পাৰে ।

তেলীয়া ছালৰ বাবে

ছালৰ PH ভাৰসাম্য ৰক্ষা কৰা চাবোন বাছি লওক । উল্লেখ্য যে, তেলীয়া ছালত অধিক চিবাম উৎপন্ন হয়(Sebum is Produced in Oily Skin)যাৰ ফলত ব্ৰেকআউটৰ সম্ভাৱনা বেছি(best soap for dry skin) । নিশ্চিত হওক যে, আপোনাৰ চাবোন নন-কমেড’জেনিক । এলোভেৰা, চাহ গছ আৰু সাগৰীয় নিমখ আদি উপাদান থকা চাবোন ব্যৱহাৰ কৰক ।

শুকান ছালৰ বাবে

শুকান ছালখন প্ৰায়ে খজুৱতি আৰু লেয়াৰযুক্ত হয়, য’ত Dry Patches দেখা যায় । সেইবাবেই আপুনি এনে চাবোন বাছি লওক, য’ত গ্লিচাৰিন, ক’ক’ বাটাৰ, নাৰিকল তেল বা শ্বিয়া বাটাৰ আদি উপাদান থাকে(best soap for dry skin in winter) ।

Combination ছালৰ বাবে

সংমিশ্ৰিত ছালত শুকান আৰু তেলীয়া দুয়োটা গুণ থাকে । যদি আপোনাৰ ছালখনো combination হয়, তেন্তে আপুনি এনে চাবোন বাছি লোৱাৰ পৰা বিৰত থাকিব লাগে যিবোৰ কেৱল তেলীয়া আৰু শুকান ছালৰ বাবেহে তৈয়াৰ কৰা হয় । আনহাতে, সংবেদনশীল ছালৰ বাবে এনে চাবোন বাছি ল’ব লাগে য’ত প্ৰাকৃতিক উপাদান থাকে আৰু ছালৰ কোনো ক্ষতি নকৰে(best soap for combination skin in india) ।

লগতে পঢ়ক: Relationship Tips: অত্যধিক চিন্তাই আপোনাৰ সম্পৰ্কত প্ৰভাৱ পেলাইছে নেকি ? তেন্তে ব্যৱহাৰ কৰক এইসমূহ পদ্ধতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.