ETV Bharat / sukhibhava

Grapes Benefits: কেৱল আঙুৰে এই ৫টা ৰোগৰ পৰা সকাহ দিয়ে, আপুনিও খাবলৈ আৰম্ভ কৰক এই ফল

আঙুৰ বহুতৰে বাবে প্ৰিয় ফল ৷ কিন্তু আপুনি জানেনে গ্ৰীষ্মকালত ইয়াক সেৱন কৰিলে আপুনি বহু ধৰণৰ ৰোগৰ পৰা হাত সাৰিব পাৰে ৷ আঙুৰ হৈছে পুষ্টিকৰ উপাদানৰ ভঁৰাল ৷ ই ৰোগ প্ৰতিৰোধ ক্ষমতা অৰ্থাৎ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ কাম কৰে ৷ ইয়াৰ অন্য উপকাৰিতাসকমূহ জানো আহক...

Grapes provide relief from these 5 diseases
কেৱল আঙুৰে এই ৫টা ৰোগৰ পৰা সকাহ দিয়ে
author img

By

Published : Aug 21, 2023, 1:00 PM IST

আঙুৰ বহুতৰে বাবে এবিধ অতি প্ৰিয় ফল ৷ ইয়াৰ ব্যৱহাৰৰ দ্বাৰা বহু ধৰণৰ ৰোগৰ পৰা হাত সাৰিব পাৰি ৷ আঙুৰ হৈছে পুষ্টিকৰ উপাদানৰ ভঁৰাল ৷ ই ৰোগ প্ৰতিৰোধ ক্ষমতা অৰ্থাৎ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ কাম কৰে ৷ ভিটামিন চি আঙুৰত ভালে পৰিমাণত পোৱা যায়, যিটো শৰীৰৰ বাবে যথেষ্ট উপকাৰী ৷

আঙুৰত পোৱা পুষ্টিকৰ উপাদান

আঙুৰত ভিটামিন এ, ভিটামিন চি, ভিটামিন বি’ৰ লগতে পটাছিয়াম আৰু কেলচিয়াম প্ৰচুৰ পৰিমাণে থাকে ৷ আঙুৰত পোৱা আটাইতকৈ শক্তিশালী এন্টিঅক্সিডেন্ট উপাদান হৈছে ফ্লেভন’ইড, যিটো শৰীৰৰ বাবে অত্যন্ত উপকাৰী বুলি গণ্য কৰা হয় ৷ কেৱল এয়াই নহয়, আঙুৰত কেলৰি, ফাইবাৰ, গ্লুক’জ, মেগনেছিয়াম আৰু চাইট্ৰিক এচিডৰ দৰে বহুতো পুষ্টিকৰ উপাদান পৰ্যাপ্ত পৰিমাণে পোৱা যায়, যিবোৰ শৰীৰৰ বাবে অত্যন্ত উপকাৰী ৷

আঙুৰ খোৱাৰ ৫টা ডাঙৰ উপকাৰিতা

Grapes provide relief from these 5 diseases
আঙুৰ খোৱাৰ ৫টা ডাঙৰ উপকাৰিতা

১/ চকুৰ বাবে উপকাৰী

আঙুৰত ভিটামিন এ প্ৰচুৰ পৰিমাণে পোৱা যায়, যিটো চকুৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয় ৷ চকুৰ সৈতে জড়িত সমস্যা থকা লোকে আঙুৰক খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে ৷

২/ ডায়েবেটিছ ৰোগত উপশম

ডায়েবেটিছ ৰোগত আক্ৰান্ত লোকে আঙুৰ খাব লাগে ৷ ই শৰীৰত ৰক্তশৰ্কৰাৰ মাত্ৰা হ্ৰাস কৰাৰ কাম কৰে ৷ ইয়াৰ উপৰিও ই আইৰণৰ এক উত্তম মাধ্যম ৷

৩/ এলাৰ্জী নোহোৱা হৈ যাব

কিছুমান মানুহে ছালৰ এলাৰ্জীৰ সন্মুখীন হ’বলগীয়া হয় ৷ সেয়ে তেনেলোকে আঙুৰ খাব পাৰে ৷ আঙুৰত এন্টিভাইৰেল গুণ পোৱা যায়, যিয়ে ছালৰ লগত জড়িত এলাৰ্জী আঁতৰোৱাত সহায় কৰে ৷ পলিঅ’, ভাইৰাছ আৰু হাৰপিছৰ দৰে ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াতো এন্টিভাইৰেল গুণ সহায়ক ৷

৪/ কৰ্কট ৰোগ প্ৰতিৰোধ

আঙুৰত গ্লুক’জ, মেগনেছিয়াম আৰু চাইট্ৰিক এচিডৰ দৰে বহুতো মৌল পোৱা যায় ৷ আঙুৰ মূলতঃ টিবি, কেন্সাৰ আৰু তেজ-সংক্ৰমণ আদি ৰোগত উপকাৰী ৷ কেন্সাৰৰ দৰে বিপজ্জনক ৰোগ প্ৰতিৰোধ কৰাত আঙুৰ খুবেই লাভদায়ক ৷

বিভিন্ন ৰোগ নিৰাময়ৰ বাবে সক্ষম আঙুৰ

৫/ স্তন কেন্সাৰ প্ৰতিৰোধ

যিসকলে হৃদৰোগত ভুগি আছে তেওঁলোকৰ বাবে আঙুৰ খোৱাটো যথেষ্ট উপকাৰী ৷ এক গৱেষণাৰ মতে, স্তন কেন্সাৰ প্ৰতিৰোধৰ বাবে আঙুৰ খোৱাটো উপকাৰী ৷

লগতে পঢ়ক: Bedtime drinks: নিশা শোৱাৰ পূৰ্বে খাওক এইকেইটা ড্ৰিংক; কমি যাব টোপনি ক্ষতিৰ সমস্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.