ETV Bharat / sukhibhava

Walnuts Benefits: বহু ৰোগ নিৰাময়ৰ বাবে উপকাৰী আখৰোট - ডায়েবেটিছ আৰু হৃদৰোগ প্ৰতিৰোধ

এক গৱেষণাত প্ৰকাশ পাইছে যে ৰক্তচাপ কমোৱাৰ লগতে ডায়েবেটিছ আৰু হৃদৰোগ প্ৰতিৰোধ কৰাৰ বাবে আখৰোট খুবেই লাভদায়ক বুলি গণ্য কৰা(Eating walnuts everyday may lower your BMI) ।

Eating walnuts everyday may lower your BMI, control BP
বহু ৰোগ নিৰাময়ৰ বাবে উপকাৰী আখৰোট
author img

By

Published : Sep 25, 2022, 12:18 PM IST

আখৰোটক শৰীৰৰ বাবে অতি উপকাৰী ড্ৰাই ফ্ৰুইট (Walnuts Benefits) হিচাপে গণ্য কৰা হয় । এক নতুন অধ্যয়নৰ মতে ইয়াৰ বহুতো গুণাগুণ আছে । দৈনিক আখৰোট গ্ৰহণ কৰিলে কেৱল সেয়াই নহয় ৰক্তচাপ নিয়ন্ত্ৰণ, ওজন বৃদ্ধি ৰোধ কৰাৰ লগতে ডায়েবেটিছ আৰু হৃদৰোগ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰতো এই ড্ৰাইফ্ৰুই যথেষ্ট উপকাৰী(Walnuts Benefits) যিসকল লোকে ইয়াক নাখায় তেওঁলোকৰ ৰক্তচাপ কম হয় বুলি ডেইলী মেইলত প্ৰকাশ পাইছে(Eating walnuts everyday may lower your BMI) ।

মিনেছ’টা বিশ্ববিদ্যালয়ৰ গৱেষকসকলৰ মতে, আখৰোটত ওমেগা-৩ আলফা-লিন’লেনিক এচিড (ALA) থাকে । ফেটি এচিড হৃদযন্ত্ৰৰ স্বাস্থ্যৰ লগত জড়িত । অৱশ্যে গৱেষকসকলে জনোৱা মতে, ইয়াৰ বাবে অধিক গৱেষণাৰ প্ৰয়োজন আছে । পূৰ্বৰ গৱেষণাৰ পৰা দেখা গৈছে যে আখৰোটে ৰক্তচাপ কমোৱাত সহায় কৰে আৰু ডায়েবেটিছ আৰু হৃদৰোগ প্ৰতিৰোধ কৰে । অৱশ্যে বিশেষজ্ঞসকলে কয় যে অধিক গৱেষণাৰ প্ৰয়োজন আছে ।

এই অধ্যয়নৰ বাবে দলটোৱে ৪৫ বছৰৰ ওপৰৰ ৩৩৪১ জন আমেৰিকানক পৰীক্ষা কৰিছিল । ১৯৮৫ চনৰ পৰা ২০১৫ চনৰ ভিতৰত আলাবামা বিশ্ববিদ্যালয়ে কৰা ক’ৰ’নাৰী আৰ্টাৰী ৰিস্ক ডেভেলপমেণ্ট ইন ইয়ং এডাল্টছ (CARDIA) অধ্যয়নত গৱেষকসকলে অংশগ্ৰহণ কৰিছিল ।

প্ৰতিদিনে গড়ে ০.৬ আউন্স (১৯ গ্ৰাম) আখৰোট খোৱা ৩৪০ জন অংশগ্ৰহণকাৰীৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছিল, য’ত তেওঁলোকৰ কাৰ্যকলাপৰ মাত্ৰা আৰু ৰক্তচাপৰ সৈতে তেওঁলোকৰ বি এম আই (বডি মাছ ইনডেক্স) জুখিছিল। ওজন কমাবলৈ আখৰোট হৈছে এক উচ্চমানৰ খাদ্য বুলি বিজ্ঞানীসকলে কয় ।

লগতে পঢ়ক : সৰ্বাধিক Type 2 diabetesৰ প্ৰাদুৰ্ভাৱ থকা শীৰ্ষ দহখন দেশৰ ভিতৰত ভাৰত: অধ্যয়ন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.