ETV Bharat / sukhibhava

Khichdi For Weight Loss: এই 5বিধ খিচিৰিয়ে দ্ৰুতগতিত হ্ৰাস কৰিব আপোনাৰ ওজন - ওজন নিয়ন্ত্ৰণ

ওজন কমাবলৈ খিচিৰি হৈছে এক উত্তম বিকল্প । যদি আপুনিও আপোনাৰ বৃদ্ধি হোৱা ওজন নিয়ন্ত্ৰণ কৰিব বিচাৰে, তেন্তে নিশ্চয়কৈ আপুনি আপোনাৰ খাদ্য তালিকাত এই 5 প্ৰকাৰৰ খিচিৰি অন্তৰ্ভুক্ত কৰাটো উচিত ।

Eat these 5 types of khichdi for weight loss weight will start reducing without effort
এই 5বিধ খিচিৰিয়ে দ্ৰুতগতিত হ্ৰাস কৰিব আপোনাৰ ওজন
author img

By

Published : Feb 22, 2023, 2:07 PM IST

ওজন কমাবলৈ মানুহে কি কি যে নকৰে(Khichdi For Weight Loss)। ডায়েটিঙৰ পৰা আৰম্ভ কৰি জিমত ঘণ্টাৰ পিছত ঘণ্টা ঘাম ওলোৱালৈকে তেওঁলোকে সকলো চেষ্টা কৰে । কিন্তু বহুবাৰ ইমান কষ্টৰ পিছতো ই ওজন কমাবলৈ নাম লোৱা নাই । বহুতে ওজন কমাবলৈ চালাড আৰু সিজোৱা খাদ্য খাবলৈ আৰম্ভ কৰে যদিও ই বেছি দিন নাথাকে(Is khichdi good for fat loss?)।

এনে পৰিস্থিতিত ভোকত থাকি অস্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰিলে, হঠাৎ ওজন বৃদ্ধি পায় । ইয়াৰ পৰা হাত সাৰিবলৈ এনেকুৱা খাদ্য গ্ৰহণ কৰিব লাগে যিয়ে ওজন বৃদ্ধি ৰোধ কৰে আৰু লগতে পেটটোও দীৰ্ঘসময়লৈকে ধৰি ভৰি থাকে(Can khichdi be eaten daily?)। ওজন হ্ৰাস কৰিবলৈ খিচিৰি হৈছে সৰ্বোত্তম বিকল্প(Weight Loss tips) । ই পুষ্টিকৰ উপাদানৰে ভৰপূৰ আৰু ইয়াক তৈয়াৰ কৰিবলৈও অতি সহজ(how to loose weight easily)। যদি আপুনি ওজন কমাব বিচাৰে তেন্তে দুপৰীয়া বা ৰাতিৰ আহাৰত খিচিৰি খাব পাৰে(Is khichdi good for weight loss at night?)। ইয়াৰ লগে লগে খিচিৰিয়ে পেটটো দীৰ্ঘসময়লৈকে ভৰি থকাৰ বাবে ওজন হ্ৰাস কৰিবলৈ সহায় কৰে(Is plain khichdi good for weight loss?)।

আজি আমি আপোনালোকক কম পাঁচ প্ৰকাৰৰ খিচিৰিৰ বিষয়ে, যিয়ে আপোনাৰ ওজন কমোৱাত সহায় কৰিব (Best types of khichdi for weight loss benefits)

ওজন কমাবলৈ এই ৫ বিধ খিচড়ি খাব(5 Types OF Khichdi For Weight Loss)

১/ ব্ৰজাৰ খিচিৰি

ব্ৰজা আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী । যদি আপুনি ওজন কমাব বিচাৰে তেন্তে ব্ৰজাৰ খিচিৰি খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক । ব্ৰজাৰ খিচিৰিত প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদান থাকে(bajra khichdi for weight loss)। ব্ৰজাত প্ৰটিন, আঁহ, মেগনেছিয়াম, আইৰণ, কেলচিয়াম আদি বহুতো পুষ্টিকৰ উপাদান পোৱা যায় । দুপৰীয়া বা ৰাতিৰ আহাৰত অলপ ঘিউৰ লগত ব্ৰজাৰ খিচিৰি খাব পাৰে । ইয়াৰ ফলত আপুনি দীৰ্ঘসময়লৈকে আপোনাৰ পেট ভৰি থাকিব আৰু আপোনাৰ ভোক নালাগিব ।

২/ মগু দালিৰ খিচৰি

ওজন কমাবলৈ আপুনি মগু দালিৰ খিচৰি খাব পাৰে । ই খাবলৈও সুস্বাদু হোৱাৰ লগতে পুষ্টিকৰ উপাদানৰে সমৃদ্ধ । ইয়াত প্ৰ'টিন, আইৰণ, কেলচিয়াম, পটাছিয়াম আৰু চৰ্বি ভাল পৰিমাণে পোৱা যায় । যদি আপুনি ওজন কম কৰিব বিচাৰে, তেন্তে আপুনি ইয়াক আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে(Khichdi For Weight Loss)। আমাৰ হজম শক্তিৰ বাবেও মগু দালিৰ খিচৰি যথেষ্ট উপকাৰী । মগু দালিৰ খিচৰি খালে পেটটো ধৰি ভৰি থাকে, যাৰ ফলত ওজন নিয়ন্ত্ৰণত সহায় হয় ।

৩/ দালিয়াৰ খিচিৰি

দালিয়াৰ খিচিৰি এনেকুৱা এবিধ গোটা শস্য, যিটো বিভিন্ন পুষ্টিকৰ উপাদানৰে ভৰপূৰ(Is millet khichdi good for weight loss?) । আমাৰ স্বাস্থ্যৰ বাবে দালিয়া অতি উপকাৰী । ওজন কমোৱাৰ সময়ত দালিয়াৰ খিচিৰি গ্ৰহণ কৰিব পাৰে(Dalia khichdi for weight loss)। ইয়াত ভিটামিন B6, নিয়াচিন, কপাৰ, মেগনেছিয়াম আৰু আইৰণ আদি বহুতো পুষ্টিকৰ উপাদান পোৱা যায় । দালিয়াৰ খিচিৰিত প্ৰচুৰ পৰিমাণে আঁহ পোৱা যায়, যিয়ে ভোক নিয়ন্ত্ৰণত সহায় কৰে । দালিয়া গ্ৰহণ কৰিলেও হজম শক্তি আৰু অধিক শক্তিশালী হৈ থাকে ।

৪/ মাকৈৰ খিচিৰি

আপুনি নিশ্চয় মাকৈৰ গুটি পোৰা বা উতলাই খাইছে । কিন্তু, আপুনি জানেনে যে মাকৈত কিছু মছলা দিও এক সুস্বাদু খিচিৰি তৈয়াৰ কৰিব পাৰে । মাকৈৰ খিচিৰিয়ে ওজন কমোৱাত সহায় কৰে । মাকৈৰ খিচিৰিত আঁহ প্ৰচুৰ পৰিমাণে পোৱা যায়, যিয়ে পাচন আৰু বিপাকীয় ক্ৰিয়া ক্ষীপ্ৰ কৰাত সহায় কৰে । ইয়াৰ লগতে মাকৈৰ খিচিৰিত প্ৰ'টিন, জিংক, মেংগানিজ, ফছফৰাছ আৰু মেগনেছিয়াম আদি পুষ্টিকৰ উপাদানো পোৱা যায় । মাকৈৰ খিচিৰি খালে স্বাস্থ্যৰ বহু উপকাৰ পোৱা যায় ।

৫/ ওটছ খিচিৰি

ওজন কমাবলৈ ওটছ খিচিৰি খাব পাৰে(oats khichdi for weight loss)। খাবলৈও সুস্বাদু আৰু পুষ্টিকৰ উপাদানৰে ভৰপূৰ । ইয়াত প্ৰ'টিন, আঁহ, মেংগানিজ, ফছফৰাছ আৰু আইৰণ আদিৰ দৰে পুষ্টিকৰ উপাদান প্ৰচুৰ পৰিমানে পোৱা যায় । ওটছ খিচিৰিত কেলৰি আৰু চৰ্বি অতি কম পৰিমাণে থাকে । ওটছ খিচিৰি খালে পেটটো দীৰ্ঘসময়লৈকে ভৰি থাকে, যাৰ ফলত ওজন কম কৰাত সহায় হয় ।

লগতে পঢ়ক: AI in Cancer Screening: এআইৰ দ্বাৰা আৰু অধিক ফলপ্ৰসূ হ'ব কেন্সাৰ পৰীক্ষা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.