ETV Bharat / sukhibhava

Daily Horoscope For 8th October: আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

author img

By ETV Bharat Assamese Team

Published : Oct 8, 2023, 6:01 AM IST

Daily Horoscope For 8th October 2023
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: দিনটো শুভ ৷ বন্ধু বা পৰিয়ালৰ লোকৰ সৈতে আনন্দৰে সৈতে অনুষ্ঠানত যোগ দিব পাৰে ৷ বন্ধুৰ দ্বাৰা উপকৃত আৰু লাভবান হ’ব ৷ বয়োজ্যেষ্ঠসকলৰ পৰা মৰম-চেনেহ পাব ৷ প্ৰেমত শুভ ৷

বৃষ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে অত্যন্ত শুভ ৷ নতুন কাম আৰু উদ্যোগ হাতত লোৱাৰ বাবে উচিত সময় ৷ বৃত্তিধাৰী আৰু ব্যৱসায়ীসকলৰ কাৰণে দিনটো লাভদায়ক ৷ প্ৰশংসা লাভ কৰিব ৷ পদোন্নতি, দৰমহা বৃদ্ধিৰ সম্ভাৱনা । কৰ্মক্ষেত্ৰত সন্মান বৃদ্ধি হ’ব পাৰে ৷

মিথুন ৰাশি: মনটো অস্থিৰ হৈ থাকিব ৷ দুৰ্বলতা, শক্তিহীনতা আৰু কামৰ প্ৰতি এলাহ ভাৱ আছে ৷ পেটৰ সমস্যা হ’ব পাৰে ৷ ব্যয় বৃদ্ধি ৷ সহকৰ্মীসকলৰ আচৰণ জটিল হ’ব, তেওঁলোকৰ পৰা সহযোগিতা নাপাব ৷

কৰ্কট ৰাশি: দিনটো দুৰ্ভাগ্য আৰু আশংকা কঢ়িয়াই লৈ আহিব ৷ নতুন কাম হাতত লোৱাৰ পৰা বিৰত থাকক৷ কোনোপধ্যেই মুৰ গৰম হ’বলৈ নিদিব ৷ অবৈধ আৰু অনৈতিক কামৰ চিন্তা মনৰ পৰা দূৰত ৰাখক ৷

সিংহ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে লাভৰ যোগ আছে । বন্ধুসকলে বিশেষকৈ মহিলাসকলে আপোনাৰ কথা চিন্তা কৰিব আৰু আপোনাৰ প্ৰতি আন্তৰিকতা প্ৰকাশ কৰিব । গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক । ব্যৱসায়ীসকলে অপ্ৰত্যাশিত লাভৰ আশা কৰিব পাৰে । আজিৰ দিনটোৰ সৰহ ভাগ সময় আৰুনি চিন্তাত মগ্ন হৈ থাকিব ।

কন্যা ৰাশি: দিনটো শুভ ৷ বৈবাহিক জীৱনত সুখ আৰু শান্তি বিৰাজ কৰিব ৷ সকলো দিশৰ পৰা আনন্দ আৰু পৰিতৃপ্তি লাভ কৰিব ৷ স্বাস্থ্য ভালে থাকিব ৷ লাভ আৰু জনপ্ৰিয়তা বৃদ্ধি পাব ৷

তুলা ৰাশি: দিনটো আনন্দৰে পাৰ হ’ব ৷ সুখ-সমৃদ্ধি বৃদ্ধি হ’ব ৷ গোটেই দিন প্ৰাণৱন্ত আৰু তজবজীয়া অনুভৱ কৰিব ৷ দুশ্চিন্তা নকৰিব ৷

বৃশ্চিক ৰাশি: দিনটো ধীৰ-স্থিৰ আৰু শান্ত হৈ থাকক ৷ বন্ধু আৰু আত্মীয়সকলৰ পৰা উষ্ম আচৰণ নাপাব ৷ স্বাস্থ্যক লৈ চিন্তা বাঢ়িব ৷ আৰ্থিক ক্ষতি আৰু সুনাম নষ্ট হোৱাৰ আশংকা আছে ৷ পানী দেখিলেই খং উঠিব ৷ নিজৰ বদনাম হ’বলৈ নিদিব ৷ নথিপত্ৰ চহী কৰাৰ আগতে দুনাই ভাবক ৷

ধনু ৰাশি: আনন্দৰে দিনটো পাৰ হ’ব ৷ ভাইভনীৰ লগত সম্পৰ্ক ভাল হ’ব ৷ নতুন কাম আৰু উদ্যোগ হাতত লোৱাৰ বাবে দিনটো ভাল ৷ সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধিৰ ইংগিত আছে ৷

মকৰ ৰাশি: শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰিলে অপ্ৰত্যাশিত লাভ পাব পাৰে ৷ ঘৰুৱা পৰিৱেশ বৰ ভালে নাথাকিব ৷ অসন্তোষ আৰু অস্থিৰতা বিৰাজ কৰিব ৷ স্বাস্থ্য ভালে থাকিব ৷ সুস্থ মনোভাৱৰ ফলত নেতিবাচক মনোভাৱ দূৰ কৰিব পাৰিব ৷

কুম্ভ ৰাশি: গোটেই দিনটো প্ৰাণৱন্ত আৰু উলহ মালহেৰে পূৰ্ণ হৈ থাকিব ৷ গ্ৰহৰ অৱস্থান ভালে থাকিব ৷ পৰিয়ালৰ লোকৰ সৈতে আনন্দদায়ক ভ্ৰমণত যাব পাৰে ৷ স্পষ্ট মনোভাৱ আৰু আধ্যাত্মিকতাই মনটো ফুৰ্তিত ৰাখিব ৷ সকলো ধৰণৰ নেতিবাচক চিন্তা মনৰপৰা দূৰত ৰাখক ৷

মীন ৰাশি: আজিৰ দিনটো মধ্যমীয়া । আপোনাৰ শৰীৰ-মন আজি উত্তম অৱস্থাত নাথাকিব । আপোনাৰ আগত কিছুমান প্ৰত্যাহ্বান দেখা দিব পাৰে । নিজৰ স্বাস্থ্য আৰু অৰ্থব্যয়ৰ প্ৰতি সতৰ্ক হওক । ঈশ্বৰৰ প্ৰতি সামান্য আস্থাই আপোনাৰ আজিৰ দিনটোক অসাধাৰণ কৰি তুলিব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.