ETV Bharat / sukhibhava

Daily Horoscope For 12th July: আপোনাৰ দিনটোৰ ৰাশিফল

author img

By

Published : Jul 12, 2023, 5:01 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day)৷

Daily Horoscope For 12th July 2023
আপোনাৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: আপোনাৰ গ্ৰহ সঠিক স্থানত আছে ৷ আপুনি কোনো অনুষ্ঠানত প্ৰিয়জনৰ সৈতে ভাগ ল’বলগীয়া হ’ব পাৰে ৷ ধনাগমনৰ যোগ আছে ৷ আপুনি অতি হেপাঁহেৰে নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা চিন্তা কৰিছে, যিকি নহওক অতি বেছি উৎসাহ আপোনাৰ বাবে লাভৰ নহয়, গতিকে সাৱধানে থাকক ৷ শৰীৰ আৰু মন সুস্থ কৰি ৰাখিবলৈ উপযুক্ত ব্যবস্থা গ্ৰহণ কৰক আৰু শান্ত থাকক ৷

বৃষ ৰাশি: উদ্দীগ্নতাই আপোনাক চাৰিওফালৰ পৰা আগুৰি থাকিব আৰু তাৰ ফলত আপোনাৰ মনৰ স্থিৰতা হেৰুৱাব ৷ পৰিয়ালৰ লগৰ তৰ্ক বিতৰ্কই ঘৰুৱা পৰিবেশ বিনষ্ট কৰিব ৷ একে সময়তে আপোনাৰ কষ্টকৰ কামৰ ফল লাভত ব্যৰ্থ হ’ব ৷ যাৰ ফলত ধনৰ অভাবে দেখা দিব ৷ আৰু কোনো ধৰনৰ খেলি মেলিৰ সৃষ্টি নকৰি বুদ্ধিমত্তাৰ পৰিচয় দিয়ক ৷

মিথুন ৰাশি: ব্যৱসায়ীসকলৰ বাবে লাভজনক দিন ৷ ব্যৱসায়ত লাভ কৰিবলৈ আপোনাৰ সহকৰ্মীসকলৰ সহায় লব লগিব ৷ কৰ্মক্ষেত্ৰত আপুনি বচৰ চকুত পদোন্নত্তিৰ যোগ্য ব্যক্তি হৈ উঠিব ৷ যিসকল অকলশৰিয়া বিবাহযোগ্য ব্যক্তি আছে তেওঁলোকে নিজৰ জিৱন সংগি বিছাৰি পাব ৷ আপোনাৰ পতি আৰু পুত্ৰৰ পৰা ভাল খবৰ পাব ৷

কৰ্কট ৰাশি: এটা শুভ ফলদায়ক দিন ৷ চাকৰিয়াল আৰু ব্যৱসায়ী সকলৰ পদোন্নতি বা উন্নতি হ’ব ৷ ঘৰৰ নতুনত্ব অনাত আপুনি ব্যষ্ট থাকিব , যি আপোনাৰ ঘৰৰ পৰিবেশ সলনি কৰিব ৷ আপুনি নিজকে সতেজ অনুভৱ কৰিব ৷ মাতৃৰ পৰা ভাল সহায় লাভ কৰিব ৷ ধনাগমনৰ যোগ আছে ৷

সিংহ ৰাশি: দুৰ্বল ভাব আৰু অচস্থি ভাবে আপোনাক বেৰি ৰাখিব ৷ আপোনাৰ অলপতে উঠা খঙে আপোনাক অসুবিধা পেলাব ৷ আপুনি সফলতা বাবে অতি বেছি কষ্ট কৰিব লগা হ’ব ৷ বেছি খোৱা বাদ দিয়ক নহলে পেটৰ বিষত ভুগিব পাৰে ৷সাধাৰন ভাষাত কবলৈ হলে এটা সাৱধানে থকা দিন ৷

কন্যা ৰাশি: আজি বৰ ভাল দিন নহয় ৷ শান্ত থাকক আৰু ধৈয্য ধৰক, আপোনাৰ চিন্তা দুৰ হ’ব ৷ আপোনাৰ খঙৰ ফলত আপোনাৰ শৰীৰ বেয়া হ’ব ৷ বিশেষকৈ আপোনাৰ খাদ্য অভ্যাসে আপোনাক অসুবিধা দিব ৷ সাৱধানে থাকক, বেআইনী আৰু অনৈতিক কামৰ পৰা আতৰত থাকক ৷ধনৰ ওপৰত চকু ৰাখক কাৰন আপোনাৰ খৰচ বহু পৰিমানে বাঢ়িব ৷

তুলা ৰাশি: আকৌ এটা সুন্দৰ দিন! সামাজিক কামত জৰিত হৈ আপোনাৰ মন ফুৰ্তিত থাকিব , পৰিয়ালৰ লগত সামাজিক অনুষ্ঠানলৈ যাব পৰে ৷ সন্মান আৰু চিনাকি লাভ কৰিব ৷ ব্যৱসায়ী সকল উন্নতি দেখা পাব ৷ হঠাত পোৱা ধনৰ ফলত নিজকে ধনী যেন অনুভৱ কৰিব ৷ মুঠতে এটা শুভ দিন ৷

বৃশ্চিক ৰাশি: এটা নিমজ আৰু সুখৰ দিন ৷ পৰিয়ালৰ লগত সুন্দৰ সময় কটাই আপুনি নিজকে সতেজ অনুভৱ কৰিব ৷ মাতৃৰ ঘৰৰ পৰা অহা ভাল খবৰে আপোনাক আৰু আনন্দিত কৰি তুলিব ৷ আপোনাক সহযোগ কৰা সহযোগিৰ সহায়ত আপুনি কাৰ্যালয়ত আগৰ অসম্পূৰ্ণ কামবোৰ সম্পুৰ্ণ কৰিব পাৰিব ৷ গ্ৰহৰ প্ৰভাবত আপোনাৰ প্ৰচুৰ ধনাগমন হ’ব ৷

ধনু ৰাশি: এইটো আপোনাৰ বাবে এটা সম্পূৰ্ণ বেলেগ দিন ৷ হজম কৰ দৰব হাততে ৰাখক ৷ আপোনাৰ কামৰ ফল লাভত বাধা আহিব ৷ তাতে সন্তানৰ চিন্তাই আপোনাক নিৰাশ আৰু উদ্দীগ্ন কৰি তুলিব ৷ মনটো চিন্তা আৰু উদ্দেগ মুক্ত কৰিবলৈ আপুনি সাহিত্য চৰ্চা কৰক বা আন কলাসুলভ কাম কৰক ৷ ভ্ৰমনৰ পৰিকল্পনা বাতিল কৰক ৷

মকৰ ৰাশি: এই দিনটো আপোনাৰ বাবে সাধাৰন দিন ৷ ভালদৰে টোপনি নোহোৱাৰ বাবে আপুনি এলেহুৱা অনুভৱ কৰিব ৷ পৰিয়ালৰ লগত অদৰকাৰি তৰ্ক বিতৰ্কৰ পৰা আতৰি থাকক ,অথবা পৰিস্থিতি বেয়ালৈ ধাল খাব আৰু যাৰ ফলত আপুনি তিক্ত অভিগ্যতাৰ সন্মুখিন হ’ব ৷ আপুনি অপমান আৰু সন্মান হানিৰ পৰিস্থিতিৰ সন্মূখিন হ’বলগীয়া হ’ব পাৰে ৷

কুম্ভ ৰাশি: এটা আনন্দপূৰ্ণ আৰু চিন্তা মুক্ত দিন ৷ চিন্তাবোৰ আঁতৰাই আপুনি সতেজ অনুভৱ কৰিব ৷ সুস্থ শৰীৰ আৰু আনন্দিত মন আপোনাৰ কাষত থাকিব ৷ ভাতৃ ভগ্নীৰ লগত ঘৰত সুভ মূহুত্ব উপভোগ কৰিব পাৰিব ৷ দিন আৰু সুন্দৰ কৰি তুলিবলৈ সৰু ভ্ৰমনৰ পৰিকল্পনা কৰিব পাৰে ৷

মীন ৰাশি: এটা মিশ্ৰিত দিন, সকলো কাম আৰু ভাল কৰিবলৈ চেষ্টা কৰক ৷ সকলো ফালৰ পৰা উদ্দেগত ডুবি থকা যেন অনুভৱ হ’ব আৰু খঙৰ বাবে আপোনাৰ কথা বাৰ্তা খহতা হৈ পৰিব ৷ সেয়েহে সাৱধান হওক, কৰো লগত অযথা তৰ্কা-তৰ্কী নকৰিব ৷ খাদ্যাভাস সলনি কৰক নহ’লে স্বাস্থ্য়ৰ অৱনতি ঘটিব পাৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.