ETV Bharat / sukhibhava

Sugarcane Benefits: ডায়েবেটিছৰ পৰা কেঞ্চাৰলৈকে উপকাৰী কুঁহিয়াৰৰ ৰস

author img

By

Published : Nov 21, 2022, 6:25 PM IST

ডায়েবেটিছৰ পৰা দূৰত ৰাখে কুঁহিয়াৰৰ ৰসত অধিক মাত্ৰাত চেনি থাকে, তথাপি ই ডায়েবেটিছ ৰোগীসকলৰ বাবে লাভদায়ক, কাৰণ ইয়াৰ মিঠা সোৱাদৰ কাৰণে হৈছে ইয়াত থকা নেচাৰেল ছুগাৰ, যিয়ে গ্লাইচেমিক ইণ্ডেক্সৰ লগতে তেজত থকা গ্লুক’জৰ মাত্রাও নিয়ন্ত্রিত কৰি ৰাখে ।

Benefits of Sugarcane juice
ডায়েবেটিছৰ পৰা কেঞ্চাৰলৈকে উপকাৰী কুঁহিয়াৰৰ ৰস

অধিকাংশ লোকেই কুঁহিয়াৰৰ ৰস পান কৰে (Sugarcane Benefits) ৷ গ্ৰীষ্মকালত কুঁহিয়াৰৰ ৰসে আমাক যথেষ্ট সকাহ দিয়ে ৷ কিন্তু আপুনি জানেনে কুঁহিয়াৰৰ ৰস আমাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী ৷ কুঁহিয়াৰৰ ৰসত অতি মাত্ৰা চেনি থাকে, তথাপিও ই ডায়েবেটিছ ৰোগীসকলৰ বাবে অতি লাভদায়ক, ইয়াৰ মিঠা সোৱাদৰ কাৰণ হৈছে ইয়াত থকা নেচাৰেল ছুগাৰ, যিয়ে গ্লাইচেমিক ইণ্ডেক্সৰ লগতে তেজত থকা গ্লুক’জৰ মাত্রাও নিয়ন্ত্রিত কৰি ৰাখে । তথা ই আপোনাক ডায়েবেটিছৰ পৰাও দূৰত ৰাখে ৷

ডায়েবেটিছ ৰোগীসকলে কুঁহিয়াৰৰ ৰস পান কৰাটো অতি জৰুৰী(Benefits of Sugarcane juice) । কেৱল এয়ায়ে নহয় কেন্সাৰৰ পৰাও ৰক্ষা কৰে কুঁহিয়াৰে । কুঁহিয়াৰৰ ৰসত থকা কেলচিয়াম, মেগনেছিয়াম, মেংগানিজ, পটেছিয়াম আৰু আইৰনে শৰীৰত এপ্লাইন হিচাপে কাম কৰে । যাৰ ফলত কেন্সাৰ ৰোগৰ সম্ভাৱনা যথেষ্ট দূৰ কৰি ৰাখে । কুঁহিয়াৰৰ ৰস পানে কেঞ্চাৰজনিত ভাইৰাছৰ শংকা কম কৰি ৰাখে, বিশেষভাৱে মহিলাসকলৰ মাজত অধিক পৰিমাণত দেখিবলৈ পোৱা ব্ৰেষ্ট আৰু প্ৰোষ্টেট কেন্সাৰৰ সম্ভাৱনা কম কৰি ৰাখে ।

কিড্‌নী সুৰক্ষিত কৰি ৰাখে কুঁহিয়াৰৰ ৰসে, শৰীৰত প্ৰ’টিনৰ মাত্ৰা কণ্ট্ৰ’ল কৰে, যিয়ে কিড্‌নীৰ স্বাস্থ্যৰ বাবে বহুত জৰুৰী । গৰমৰ দিনত মহিলাসকলে ভোগা ইউৰিনেৰী, টেক্ট ইনফেকচন, এচিডিটি আৰু জ্বলনৰ সমস্যাবোৰ কুঁহিয়াৰৰ ৰস পান কৰি দূৰ কৰিব পৰা যায় ।

তদুপৰি বেয়া খাদ্য-পানীৰ কু-প্ৰভাৱ আটাইতকৈ বেছি কিডনীত পৰে, যাৰ বাবে বিভিন্ন প্ৰকাৰৰ ৰোগে বাহ পাতিব পাৰে । এইসকলোবোৰৰ পৰা ৰক্ষা পৰিবলৈ কুঁহিয়াৰৰ ৰস অতি লাভদায়ক । দাঁতৰ সমস্যাসমূহ দূৰ কৰে মুখৰ দুৰ্গন্ধৰ সমস্যা বা দাঁতৰ আলুৰ লগত জড়িত বিভিন্ন সমস্যা, আনকি দাঁতৰ লগত জড়িত সকলো ৰোগ দূৰ কৰি ৰখাত কুঁহিয়াৰৰ ৰস অতি উপযোগী। দাঁতৰ সুস্বাস্থ্যৰ লগতে দাঁত চাফা কৰি ৰাখিবলৈ কুঁহিয়াৰৰ ৰসপান কৰাটো অতি লাভদায়ক ।

কুঁহিয়াৰৰ ৰস এণ্টি-অক্সিডেণ্টেৰে ভৰপূৰ থাকে (Sugarcane is rich in anti-oxidants), যিয়ে বিভিন্ন প্রকাৰৰ ইনফেকচনৰ বাবে দেহৰ ইমিউনিটী ছিষ্টেম সবল কৰি ৰাখে । জণ্ডিচ ৰোগীসকলৰ বাবে কুঁহিয়াৰৰ ৰস অতি প্রয়োজনীয় ।

লগতে পঢ়ক: Skin care: শুকান ছালৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ ব্যৱহাৰ কৰক এইবিধ Moisturizer

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.