ETV Bharat / sukhibhava

Reasons of gaining weight: দিনক দিনে আপোনাৰ ওজন বৃদ্ধি পাইছে নেকি ? জানি লওক ইয়াৰ কাৰণ - থাইৰয়ডৰ সমস্যা

ওজন বৃদ্ধি হোৱাটো এটা সমস্যা যিয়ে বহু লোকক আমনি কৰে । বহুতে ওজন কমাবলৈ বিভিন্ন পৰ্যায়ৰ মাজেৰে পাৰ হৈ যায় । কিন্তু ওজন বঢ়াৰ পিছত বিপদত পৰাতকৈ ওজন বৃদ্ধি হোৱাৰ কাৰণবোৰ জানি উপযুক্ত সাৱধানতা অৱলম্বন কৰাটো ভাল ! ওজন বৃদ্ধিৰ কাৰণসমূহ চাওঁ আহক

Are you gaining weight? Find out the reasons!
দিনক দিনে আপোনাৰ ওজন বৃদ্ধি পাইছে নেকি ? জানি লওক ইয়াৰ কাৰণ
author img

By

Published : Oct 26, 2022, 3:51 PM IST

ওজন বৃদ্ধি হোৱাটো এটা সমস্যা যিয়ে বহু লোকক আমনি কৰে(Are you gaining weight) । বহুতে ওজন কমাবলৈ বিভিন্ন পৰ্যায়ৰ মাজেৰে পাৰ হৈ যায় । কিন্তু ওজন বৃদ্ধিৰ পিছত বিপদত পৰাতকৈ ওজন বৃদ্ধি হোৱাৰ কাৰণবোৰ জানি উপযুক্ত সাৱধানতা অৱলম্বন কৰাটো উচিত ! তেন্তে জানো আহক ওজন বৃদ্ধিৰ কাৰণসমূহ-

ডিপ্ৰেছন(Depression): বিশ্ব স্বাস্থ্য সংস্থাই অনুমান কৰিছে যে সমগ্ৰ বিশ্বতে ৩৫ কোটি লোক এই সমস্যাৰ সৈতে জৰ্জৰিত । নিসংগতাৰ বাবে হতাশ হৈ পৰা লোকৰ ওজন বাঢ়ি যোৱাৰ সম্ভাৱনা বেছি!

Are you gaining weight? Find out the reasons!
দিনক দিনে আপোনাৰ ওজন বৃদ্ধি পাইছে নেকি ? জানি লওক ইয়াৰ কাৰণ

হেঁচা(Pressure): সময়মতে কাম সম্পূৰ্ণ কৰিবলৈ, আৰু ঘৰুৱা দায়িত্ব...অসংখ্য কাম আছে । ইয়াৰ ফলত চাপ বৃদ্ধি পায় । মানসিক চাপে ওজনো বৃদ্ধি কৰে!

থাইৰয়ডৰ সমস্যা(Thyroid problem): স্বাস্থ্য ব্যৱস্থাটো সঠিক হ’বলৈ হ’লে থাইৰয়ড গ্ৰন্থিৰ কাম-কাজ সঠিক হ’ব লাগে । ইয়াত যিকোনো উত্থান-পতন হ’লে স্বাস্থ্যৰ ওপৰত তীব্ৰ প্ৰভাৱ পৰিব । ইয়াৰ বাবে শৰীৰৰ ওজন বৃদ্ধি হোৱাৰ সম্ভাৱনা বেছি ৷

খাদ্যৰ ৰং(Food Colors): খাদ্যখিনি সোৱাদযুক্ত আৰু চাবলৈ আকৰ্ষণীয় কৰি তুলিবলৈ বিভিন্ন ৰং যোগ কৰা হয় । ইয়াৰ ফলত ওজনো বৃদ্ধি পায় । সেয়ে খাদ্য যাতে প্ৰাকৃতিক হয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে ৷

ঔষধ (Medicines): কিছুমানে প্ৰতিটো সৰু সৰু কামৰ বাবে ঔষধ ব্যৱহাৰ কৰে । ইয়াৰ ফলত ওজন বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে! সেইবাবেই ঔষধৰ অপ্ৰয়োজনীয় ব্যৱহাৰ কমাই দিব লাগে ৷

কোনো শাৰীৰিক কাৰ্যকলাপ নকৰা(No physical work): এতিয়া সকলো কাম যান্ত্ৰিক হৈ পৰিছে । শাৰীৰিকভাৱে কষ্ট কৰাৰ প্ৰয়োজন নাই । ইয়াৰ উপৰিও বহুলোকে ঘণ্টাৰ পিছত ঘণ্টা ফোন আৰু লেপটপত নিজকে ব্যস্ত কৰি ৰাখে । যাৰ ফলত সহজে ওজন বৃদ্ধি হয় ৷

অত্যাধিক খাদ্য(More food): শৰীৰৰ প্ৰয়োজনতকৈ অধিক খাদ্য খালে সহজে ওজন বৃদ্ধি হ’ব পাৰে । ওজন বৃদ্ধিও নিৰ্ভৰ কৰে খোৱা খাদ্যৰ ওপৰত ৷

জাংক ফুড(Junk Food): জাংক ফুড বেছিকৈ খালে সহজে ওজন বৃদ্ধি পায়। স্বাস্থ্যজনিত সমস্যাও বৃদ্ধি পায়

সুৰা(Alcohol): সুৰাপান কৰিলে ওজন বাঢ়িব পাৰে । ইয়াৰ ফলত শৰীৰত অপ্ৰয়োজনীয় চৰ্বি জমা হয় ৷

নিমখ(Salt): খাদ্যত প্ৰচুৰ পৰিমাণে নিমখ মিহলাই দিলে ওজন বৃদ্ধি হ’ব পাৰে ৷

নিশা পলমকৈ আহাৰ গ্ৰহণ কৰা(Late-night dinners): নিশা খাদ্য গ্ৰহণ কৰি পলমকৈ টোপনি যোৱা আৰু পুৱা পলমকৈ সাৰ পাই জীৱনশৈলী সম্পূৰ্ণৰূপে সলনি কৰি দিয়ে । ইয়াৰ বাবে স্বাস্থ্যজনিত সমস্যাও বৃদ্ধি পাইছে । সময়মতে খাদ্য গ্ৰহণ কৰিলে এনে সমস্যাৰ সন্মুখীন ৷

ব্যায়াম কৰিব লাগে । কেৱল সোৱাদৰ বাবে নহয়, শৰীৰ শক্তিশালী হ’বলৈ প্ৰয়োজনীয় খাদ্য সেৱন কৰিলে উন্নত স্বাস্থ্য বজাই ৰাখিব পাৰি ৷

লগতে পঢ়ক: স্ত্ৰীৰোগ বিশেষজ্ঞ হিচাপে এজন পুৰুষে সন্মূখীন হ'বলগীয়া প্ৰত্যাহ্বানৰ কথা কেতিয়াবা ভাবি চাইছেনে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.