ETV Bharat / state

বড়োভূমিত উষ্ম আদৰণি স্বাক্ষৰকাৰী বড়ো নেতাক

author img

By

Published : Jan 30, 2020, 12:00 AM IST

তৃতীয় বড়ো শান্তি চুক্তি স্বাক্ষৰ কৰাৰ পিচত গৃহভূমিত উপস্থিত হয় সকলো বড়ো নেতা ৷ মঙলবাৰে ওদালগুৰি ৰাজহুৱা দূৰ্গা পূজাৰ খেলপথাৰত অনুষ্ঠিত হোৱা এক সভাত এবছুৰ সভাপতি প্ৰমোদ বড়ো আৰু এনডিএফবি প্ৰগতিশীলৰ সভাপতি গোবিন্দ বসুমতাৰীৰসহ কেইবাজনো নেতাক উষ্ম আদৰনি জনোৱা হয় ৷ ইফালে কোকৰাঝাৰতো অনুষ্ঠিত কৰা হয় বিশাল আদৰণি সভাৰ ৷ ভাৰত ভূটান সীমান্ত জাৰবাৰীত প্ৰথমবাৰৰবাবে এনডিএফবি (এছ)ৰ বিশাল আদৰণি সভা অনুষ্ঠিত হয় ৷

Welcoming Bodo leaders in Bodoland
বড়োভূমিত উষ্ম আদৰণি স্বাক্ষৰকাৰী বড়ো নেতাক

ওদালগুৰি, 29 জানুৱাৰীঃ সোমবাৰে স্বাক্ষৰিত হোৱা তৃতীয় বড়ো শান্তি চুক্তিৰ পিচতে অন্ত পৰিল দীৰ্ঘদিনীয়া সমস্যাৰ ৷ সোমবাৰ অৰ্থাৎ 27 জানুৱাৰী 2020-ত বড়ো সশস্ত্ৰ সংগঠন নেশ্যনেল ডেম’ক্ৰেটিক ফ্ৰন্ট চমুকৈ এনডিএফবিৰ আলোচনা পন্থীৰ নেতৃত্বত অইন সশস্ত্ৰ সংগঠনে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰেৰে এক ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰ কৰে ৷ ত্ৰিপাক্ষিক এই চুক্তিৰ স্বাক্ষৰকাৰী হিচাপে থাকে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, এনডিএফবিৰ চাৰিওটা গোটৰ শীৰ্ষ নেতৃত্ব, নিখিল বড়ো ছাত্ৰ সন্থাৰ শীৰ্ষ নেতৃত্ব আৰু কেন্দ্ৰীয় চৰকাৰ ৷ এই চুক্তি স্বাক্ষৰ কৰি গৃহভূমিত উপস্থিত হয় সকলো বড়ো নেতাসকল ৷

মঙলবাৰে ওদালগুৰি ৰাজহুৱা দূৰ্গা পূজাৰ খেলপথাৰত অনুষ্ঠিত হোৱা এক সভাত এবছুৰ সভাপতি প্ৰমোদ বড়ো আৰু এনডিএফবি প্ৰগতিশীলৰ সভাপতি গোবিন্দ বসুমতাৰীৰসহ কেইবাজনো নেতাক উষ্ম আদৰনি জনোৱা হয় ৷ বিভিন্ন দল সংগঠনে ফুলাম গামোছা, আৰনাই, ফুলৰ থোপা আদিৰে সম্বৰ্ধনা জনাই ৷ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত হৈ ৰাইজক সম্বোধন কৰি দিয়া ভাষনত প্ৰমোদ বড়োয়ে তৃতীয় শান্তি বড়ো চুক্তিত ঐতিহাসিক চুক্তি বুলি আখ্যা দি এই চুক্তিৰ জৰিয়তে 34 বছৰীয়া সশস্ত্ৰ সংগ্ৰামৰ অৱসান ঘটাই এই অঞ্চললৈ শান্তি ঘূৰি আহিব বুলি আশা প্ৰকাশ কৰে ৷ এই চুক্তি কেৱল বড়োসকলৰ বাবেই নহয় সকলো জাতি জনগোষ্ঠীৰ বাবে কোনো লোকে ভয় বা শংকাত ভোগাৰ আশংকা নাই বুলি বড়োভূমিৰ অবড়ো লোকসকলক তেওঁ আশ্বাস প্ৰদান কৰে ৷ তেওঁ এই শান্তি চুক্তিৰ জৰিয়তে হাগ্ৰামা মহিলাৰীক কটাক্ষ কৰি কয় এনডিএফবিক কোনেও হাইজেক নোৱাৰে, কিন্তু হাগ্ৰামা মহিলাৰীয়ে এনডিএফবিক বিভাজন কৰি এই চুক্তিৰ কৃতিত্ব ল’ব বিচাৰিছে। এই সম্বৰ্ধনা অনুষ্ঠানতে এনডিএফবি প্ৰগতিশীলৰ সভাপতি গোবিন্দ বসুমতাৰীয়ে এই চুক্তিৰ জৰিয়তে 34 বছৰীয়া সশস্ত্ৰ সংগ্ৰাম কৰা যুৱক-যুৱতী সকলে সমাজত স-সন্মানে সকলোৱে জীয়াই থকাৰ অধিকাৰ লাভৰ আশা প্ৰকাশ কৰে ৷

কোকৰাঝাৰঃ ইফালে কোকৰাঝাৰতো অনুষ্ঠিত কৰা হয় বিশাল আদৰণী সভাৰ ৷ ভাৰত ভূটান সীমান্ত জাৰবাৰীত প্ৰথমবাৰৰবাবে এনডিএফবি (এছ)ৰ বিশাল আদৰণি সভা অনুষ্ঠিত হয় ৷ বিশাল গণ সমাৱেশৰ জৰিয়তে উষ্ম-আদৰণি জনায় শান্তি চুক্তি স্বাক্ষৰকাৰী তথা বিদ্ৰোহী সংগঠনৰ সভাপতি বি. চাওৰাইগৌৰা, সাধাৰণ সম্পাদক বি. আৰ ফেৰেংগা, উপ-সভাপতি জি. বিদায় আৰু সমাজ কল্যান সম্পাদক এম. বাথাক ৷ আদৰণি সভাত উপস্থিত থাকি আৰনাইৰ লগতে ফুলেৰে উষ্ম-আদৰণি জনাই বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷ লগতে বিটিচিৰ কাৰ্যবাহী সদস্য ৰাজীৱ ব্ৰহ্ম, প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ অধ্যক্ষ জন মোহন মুছাহাৰী আৰু ৰাইজে উষ্ম আদৰণি জনায় ৷ বিদ্ৰোহী সংগঠনৰ সভাপতি বি. চাওৰাইগৌৰাই কেৱল বড়োভূমিত চিৰ শান্তি প্ৰতিষ্ঠাৰ বাবে অস্ত্ৰ ত্যাগ কৰি চুক্তি স্বাক্ষৰ কৰিছে বুলি কয় মন্তব্য আগবঢ়ায় ৷ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে আনন্দ প্ৰকাশ কৰি কয় যে এই চুক্তি কেৱল এটা জনগোষ্ঠীৰ বাবে নহয়, বিটিআৰত বসবাস কৰা সকলো জনগোষ্ঠীৰ বাবেহে ৷ লগতে নিখিল বড়ো ছাত্ৰ সন্থা(এবছু)ক কঠোৰভাৱে সমালোচনা কৰি কয় যে এই চুক্তিত এবছু হিৰো নহয়। এইখন চুক্তিক এবছুই হাইজেকহে কৰিছে বুলিও কঠোৰ ভাষাৰে সমালোচনা কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷

আৰু পঢ়কঃলখিমপুৰত শিক্ষাবিদ হীৰেন গোহাঁইৰ প্ৰতিকৃতি দাহ

Intro:আজি ওদালগুৰি ৰাজহুৱা দূৰ্গা পূজাৰ খেল পথাৰত এবছুৰ সভাপতি প্ৰমোদ বড়ো আৰু এনডিএফবি প্ৰগতিশীলৰ সভাপতি গোবিন্দ বসুমতাৰীৰ সহ কেইবাজনো নেতাক উষ্ম আদৰনি জনাই। বিভিন্ন দল সংগঠনে ফুলাম গামোছা, আৰনাই, ফুলৰ থোপা আদিৰে সম্বৰ্ধনা জনাই। সম্বৰ্ধনা অনুস্থানত উপস্থিত হৈ ৰাইজক সম্বোধন কৰি দিয়া ভাষনত প্ৰমোদ বড়োয়ে তৃতীয় শান্তি বড়ো চুক্তিত ঐতিহাসিক চুক্তি বুলি আখ্যা দি এই চুক্তিৰ জৰিয়তে ৩৪ বছৰীয়া সশস্ত্ৰ সংগ্ৰামৰ অবশান ঘটি এই অঞ্চললৈ শান্তি ঘূৰি আহিব বুলি আশা প্ৰকাশ কৰেBody:
আজি ওদালগুৰি ৰাজহুৱা দূৰ্গা পূজাৰ খেল পথাৰত এবছুৰ সভাপতি প্ৰমোদ বড়ো আৰু এনডিএফবি প্ৰগতিশীলৰ সভাপতি গোবিন্দ বসুমতাৰীৰ সহ কেইবাজনো নেতাক উষ্ম আদৰনি জনাই। বিভিন্ন দল সংগঠনে ফুলাম গামোছা, আৰনাই, ফুলৰ থোপা আদিৰে সম্বৰ্ধনা জনাই। সম্বৰ্ধনা অনুস্থানত উপস্থিত হৈ ৰাইজক সম্বোধন কৰি দিয়া ভাষনত প্ৰমোদ বড়োয়ে তৃতীয় শান্তি বড়ো চুক্তিত ঐতিহাসিক চুক্তি বুলি আখ্যা দি এই চুক্তিৰ জৰিয়তে ৩৪ বছৰীয়া সশস্ত্ৰ সংগ্ৰামৰ অবশান ঘটি এই অঞ্চললৈ শান্তি ঘূৰি আহিব বুলি আশা প্ৰকাশ কৰে। এই চুক্তি কেবল বড়ো সকলৰ বাবে নহয় সকলো জাতি জনগোষ্ঠীৰ বাবে কোনো লোকে ভয় বা শংকাত ভোগাৰ আশংকা নাই বুলি অনজনজাতীয় লোক সকলক আশ্বাস প্ৰদান কৰে। তেওঁ এই শান্তি চুক্তিৰ জড়িয়তে হাগ্ৰামা মহিলাৰীক কটাক্ষ কৰি কয় এনডিএফবিক কোনেও হাইজেক নোৱাৰে , কিন্তু হাগ্ৰামা মহিলাৰীয়ে এনডিএফবিক বিভাজন কৰি এই চুক্তিৰ কৃতিত্ব লব বিচাৰিছে। এই সম্বৰ্ধনা অনুস্থানতে এনডিএফবি প্ৰগতিশিলৰ সভাপতি গোবিন্দ বসুমতাৰীয়ে এই চুক্তিৰ জৰিয়তে ৩৪ বছৰীয়া সশস্ত্ৰ সংগ্ৰাম কৰা যুৱক যুৱতী সকলে সমাজত স-সন্মানে সকলোৱে জীয়া থকাৰ অধিকাৰ লাভ আশা প্ৰকাশ কৰে।

Byte - 1 promud boro, absu President.

Byte - 2 gobinda basumatari ndfp(p) president.
Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.