ETV Bharat / state

আৰম্ভ হ'ল অষ্টম ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ....

author img

By

Published : Jan 16, 2020, 4:32 PM IST

অসম-অৰুণাচল প্ৰদেশ আৰু ভূটানৰ ত্ৰিবেণী সংগমত উখলমাখল পৰিবেশ ৷ বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰ লগতে ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত হৈছে ক্ৰীড়া প্ৰতিযোগিতা হাতী-চাফাৰি,ৰাফটিং-বটিঙৰ পৰা আৰম্ভ কৰি পেৰাগ্লইডিঙলৈ....দেশী-বিদেশী সাংস্কৃতিক অনু্ষ্ঠানৰ পৰা আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰক বেণ্ডৰ অনুষ্ঠান

অষ্টম ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ
অষ্টম ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ

ওদালগুৰি, 16 জানুৱাৰীঃ অসম-অৰুণাচল প্ৰদেশ আৰু ভূটানৰ ত্ৰিবেণী সংগমত অৱস্থিত ৰাজ্যৰ জনপ্ৰিয় বনভোজ তথা পৰ্যটনস্থলী ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ডত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে অষ্টম ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ। ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগ আৰু বিটিচিৰ পৰ্যটন বিভাগৰ উদ্যোগত আয়োজিত অষ্টম ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱৰ উদ্ধোধনীৰ দিনাই এক উখল মাখল পৰিবেশ বিৰাজ কৰিছে প্ৰকৃতিৰ ৰম্যভূমি ভৈৰৱকুণ্ডত। বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰ লগতে ভৈৰৱকুণ্ডৰ বাকৰিত জিলিকি উঠিছে ৰাজ্যৰ ক্ৰীড়াবিদসকলৰ আকৰ্ষণীয় ক্ৰীড়া শৈলী। ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱৰ অন্যতম আকৰ্ষণ হ'ব হাতী-চাফাৰি,ৰাফটিং-বটিঙৰ পৰা আৰম্ভ কৰি পেৰাগ্লইডিঙলৈ।

অষ্টম ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ

দেশী-বিদেশী শিল্পীৰ সাংস্কৃতিক অনু্ষ্ঠান আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰক বেণ্ডৰ অনুষ্ঠানে মুগ্ধ কৰিব পৰ্যটকসকসক। আজি ৰাতিপূৱা ওদালগুৰিৰ জিলা উপায়ুক্ত তথা অষ্টম ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱৰ সভাপতি প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই পতাকা উত্তোলন কৰাৰ পিছত মাজবাট বিধানসভা সমষ্টিৰ বিধায়ক চৰণ বড়োৱে দ্বীপ প্ৰজ্বলন কৰি পৰ্যটন মহোৎসৱৰ মূল মঞ্চ উদ্ধোধন কৰে। বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে আৰম্ভ হোৱা পৰ্যটন মহোৎসৱৰ উদ্ধোধনী পিছতেই পৰ্যায়ক্ৰমে বিভিন্ন ক্ৰীড়া,দুঃসাহসিক ক্ৰীড়া অনুষ্ঠানসমূহ মুকলি কৰা হয়। এইবেলিৰ ভৈৰৱকুণ্ড মহোৎসৱৰ প্ৰতিদিনেই হাজাৰ হাজাৰ পৰ্যটকৰ উপস্থিতিৰে অনুষ্ঠানটি আৰু অধিক আকৰ্ষণীয় কৰি তুলিব বুলি উদ্যোক্তাসকলে আশা প্ৰকাশ কৰিছে।

লগতে চাওকঃসুদীৰ্ঘ চল্লিশটা বছৰ পাচত মাতৃ-কন্যাৰ মহামিলন

Intro:
অষ্টম ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱৰ শুভাৰম্ভ।
অসম-অৰুণাচল প্ৰদেশ আৰু ভূটানৰ ত্ৰিবেণী সংগমত উখলমাখল পৰিবেশ
বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰ লগতে ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত হৈছে ক্ৰীড়া প্ৰতিযোগিতা
হাতী-চাফাৰি, ৰাফটিং-বটিঙৰ পৰা আৰম্ভ কৰি পেৰাগ্লাইডি়ংলৈঃ দেশী-বিদেশী সাংস্কৃতিক অনু্ষ্ঠানৰ পৰা আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰক বেণ্ডৰ অনুষ্ঠানBody:
অসম-অৰুণাচল প্ৰদেশ আৰু ভূটানৰ ত্ৰিবেণী সংগমত অৱস্থিত ৰাজ্যৰ জনপ্ৰিয় বনভোজ তথা পৰ্যটনস্থলী ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ডত আজিৰে পৰা আৰম্ভ হৈছে অষ্টম ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ। ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগ আৰু বিটিচিৰ পৰ্যটন বিভাগৰ উদ্যোগত আয়োজিত অষ্টম ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱৰ উদ্ধোধনীৰ দিনাই এক উখল মাখল পৰিবেশ বিৰাজ কৰিছে প্ৰকৃতিৰ ৰম্যভূমি ভৈৰৱকুণ্ডত। বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰ লগতে ভৈৰৱকুণ্ডৰ বাকৰিত জিলিকি উঠিছে ৰাজ্যৰ ক্ৰীড়াবিদসকলৰ আকৰ্ষণীয় ক্ৰীড়া শৈলী। ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱৰ অন্যতম আকৰ্ষণ হব হাতী-চাফাৰি, ৰাফটিং-বটিঙৰ পৰা আৰম্ভ কৰি পেৰাগ্লাইডি়ংলৈ। লগতে দেশী-বিদেশী শিল্পীৰ সাংস্কৃতিক অনু্ষ্ঠান আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰক বেণ্ডৰ অনুষ্ঠানে মুগ্ধ কৰিব পৰ্যটকসকসক। আজি ৰাতিপূৱা ওদালগুৰিৰ জিলা উপায়ুক্ত তথা অষ্টম ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱৰ সভাপতি প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই পতাকা উত্তোলন কৰাৰ পিছত মাজবাট বিধান সভা সমষ্টিৰ বিধায়ক চৰণ বড়োৱে দ্বীপ প্ৰজ্বলন কৰি পৰ্যটন মহোৎসৱৰ মূল মঞ্চ উদ্ধোধন কৰে। বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে আৰম্ভ হোৱা পৰ্যটন মহোত্সৱৰ উদ্ধোধনী পিছতেই পৰ্যায়ক্ৰমে বিভিন্ন ক্ৰীড়া, দুঃসাহসিক ক্ৰীড়া অনুষ্ঠানসমূহ মুকলি কৰা হয়। এইবেলিৰ ভৈৰৱকুণ্ড মহোৎসৱৰ প্ৰতিদিনেই হাজাৰ হাজাৰ পৰ্যটকৰ উপস্থিতিৰে অনুষ্ঠানটি আৰু অধিক আকৰ্ষনীয় কৰি তুলিব বুলি উদ্যোক্তাসকলে আশা প্ৰকাশ কৰিছে। ।

Byte- প্ৰকাশ ৰঞ্জন ঘৰফলীয়া- ওদালগুৰিৰ উপায়ুক্ত তথা উদযাপন সমিতিৰ সভাপতি

Byte- চৰণ বড়ো , মাজবাট সমষ্টিৰ বিধায়ক তথা উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি

Byte- ৰিপুল দাস, ওদালগুৰিৰ আৰক্ষী অধীক্ষক তথা উদযাপন সমিতিৰ উপ সভাপতি
Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.