ETV Bharat / state

20 শতাংশ বোনাচ বৃদ্ধিৰ দাবীত আটছাৰ উত্তাল প্ৰতিবাদ

author img

By

Published : Sep 1, 2019, 6:18 PM IST

চাহ শ্ৰমিকৰ প্ৰতিবাদত উত্তাল হ'ল মাজবাটৰ বেতিবাৰী চাহ বাগিছা ৷ সৰ্বানন্দ সোণোৱাল আৰু চন্দ্ৰমোহন পাটোৱাৰীৰ পুত্তলিকা দাহ ৷

চাহ শ্ৰমিকৰ প্ৰতিবাদত উত্তাল হ'ল মাজবাটৰ বেতিবাৰী চাহ বাগিছা

ওদালগুৰি,1 ছেপ্তেম্বৰ: দেওবাৰে আটছাৰ প্ৰতিবাদত উত্তাল হ'ল ওদালগুৰি জিলাৰ মাজবাটৰ বেতিবাৰি চাহ বাগিছা ৷ 20 শতাংশ বোনাচ বৃদ্ধিৰ দাবীত আটছাৰ আহ্বানত শতাধিক চাহ শ্ৰমিকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ মুৰ্দাবাদ ধ্বনি দি দুয়োৰে পুত্তলিকা দাহ কৰি পৰিস্থিতি উত্তাল কৰি তোলে৷ চৰকাৰে দাবী সমূহ মানি নললে তীব্ৰ আন্দোলন সন্মুখীন হ'ব লাগিব বুলিও চাহ শ্ৰমিক সংগঠনটোৱে চৰকাৰক সকীয়াই দিয়ে ৷

Intro:অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নেতৃত্বত শতাধিক চাহ শ্ৰমিকে উত্তাল কৰিলস মাজবাটৰ বেতিবাৰি চাহ বাগিচা। ২০ শতাংশ বোনাচ বৃদ্ধিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। সংগঠনটোৰ শতাধিক কৰ্মীয়ে ২০ শতাংশ বোনাচৰ দাবীত বেতিবাৰি চাহ বাগিচাৰ পৰিবেশ উত্তাল কৰি মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ পুত্তলিকা দাহ কৰে। Body:মাজবাটত বেতিবাৰি চাহ বাগিচাত আটছাৰ উত্তাল প্ৰতিবাদ

অসম চাহ জনজাতি ছাত্ৰ সন্থাইৰ নেতৃত্বত শতাধিক চাহ শ্ৰমিকে আজি মাজবাটৰ বেতিবাৰি চাহ বাগিচাত ২০ শতাংশ বোনাচ বৃদ্ধিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। সংগঠনটোৰ শতাধিক কৰ্মীয়ে ২০ শতাংশ বোনাচৰ দাবীত বেতিবাৰি চাহ বাগিচাৰ পৰিবেশ উত্তাল কৰি মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ পুত্তলিকা দাহ কৰে। প্ৰতিবাদকাৰী সকলে হাতে হাতে বেনাৰ, প্লে কাৰ্ড লৈ" চাহ শ্ৰমিকক প্ৰতাৰণা কৰা বন্ধ কৰক, চাহ শ্ৰমিকৰ মজুৰী বৃদ্ধি কৰক" " চাহ শ্ৰমিকৰ ওপৰত শোষণ বন্ধ কৰক " " অসম চৰকাৰ হায় হায়" " সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ" " চন্দ্ৰ মোহন পাটোৱাৰী মুৰ্দাবাদ" আদি ধ্বনি দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । চৰকাৰে দাবী সমূহ মানি নললে তীব্ৰ আন্দোলন সন্মুখীন হ'ব লাগিৱ বুলিও সকীয়াই দিয়ে সংগঠনটোৱে
Byte - leaderConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.