ETV Bharat / state

1 বজাৰ শীৰ্ষ দহটা বাতৰি...

author img

By

Published : Sep 21, 2021, 1:02 PM IST

Updated : Sep 22, 2021, 8:40 AM IST

বজাৰ শীৰ্ষ দহটা বাতৰি...

top 10 at 1 pm
1 বজাৰ শীৰ্ষ দহটা বাতৰি

আলফা(স্বা)ৰে প্ৰাথমিক আলোচনা কৰিবলৈ মুখ্যমন্ত্রীক কৰ্তৃত্ব প্ৰদান

সোমবাৰে নিশা নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ(Amit Shah)ৰ সৈতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma)ৰ গুৰুত্বপূৰ্ণ বৈঠক । গৃহমন্ত্ৰীৰে আলফা(ULFA)ৰ লগতে আন কেইবাটাও বিষয়ত আলোচনা মুখ্যমন্ত্ৰীৰ ।

কোনোপধ্যেই CISFৰ গুণ্ডাগিৰি সহ্য নকৰো: আটছা

প্ৰতিবাদত উত্তাল নুমলীগড় শোধনাগাৰৰ মুখ্যদ্বাৰ । শোধনাগাৰৰ CISF জোৱানে শ্ৰমিক আৰু ঠিকাদাৰক মাৰপিট কৰাৰ অভিযোগত মুখ্যদ্বাৰ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে আটছাই(AATSA)।

গৈছিল পৰীক্ষা দিবলৈ; পালেগৈ ৰঙাঘৰ

দেওবাৰে ৰাজ্যত অনুষ্ঠিত হৈছিল শিক্ষা বিভাগৰ দুবছৰীয়া ডিপ্ল’মা ডি এল এডৰ পৰীক্ষা ৷ ধেমাজিৰ বাণিজ্য মহাবিদ্যালয়ত ডি এল এডৰ পৰীক্ষা দিবলৈ গৈ আৰক্ষীৰ হাতত আটক হ’বলগীয়া হ’ল পৰীক্ষাৰ্থী ।

বোকাজানত ড্ৰাগছসহ আটক মণিপুৰী নাগা দম্পতি

নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ধাৰাবাহিকভাৱে লাভ কৰিছে এটাৰ পাছত আনটো সফলতা ৷ ড্ৰাগছ সৰবৰাহকাৰীয়ে নিতৌ ন ন কৌশল অৱলম্বন কৰি ড্ৰাগছ সৰবৰাহ কৰাৰ চেষ্টা চলাই আহিছে যদিও তেনে প্ৰচেষ্টাক আৰক্ষীয়ে দক্ষতাৰে ব্যৰ্থ কৰি আহিছে ৷

দাঁত আৰু নেজ কটা অৱস্থাত উদ্ধাৰ বন্যহস্তীৰ মৃতদেহ

সোমবাৰে চিৰাঙৰ দেউশ্ৰীৰ ব্ৰহ্মপাৰাৰ বনাঞ্চলত দাঁত আৰু নেজ কটা অৱস্থাত উদ্ধাৰ এটা বন্যহস্তী(Wild Elephant)ৰ মৃতদেহ ৷ এই ঘটনা এক হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ স্থানীয় ৰাইজৰ ৷

নগাঁৱত ডকাইতৰ গুলিত আহত গাড়ীচালক

নগাঁৱৰ বৰঘাট বাইপাছত চাঞ্চল্যকৰ গুলীচালনা । মঙলবাৰে পুৱতি নিশা নগাঁৱৰ বাইপাছত ১২ জনীয়া ডকাইতৰ দলে চলালে তাণ্ডৱ । ডকাইতৰ গুলীত গুৰুতৰভাৱে আহত হয় বৰপেটাৰ এজন গাড়ীচালক ।

ৰাষ্ট্ৰীয় যুৱ ক্ৰীড়াত সোণৰ পদক অৰ্জন মৰাণৰ নিবিড়ৰ

পুনৰ এবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতাত দপদপনি অক্ষুণ্ণ অসমৰ খেলুৱৈৰ ৷ মৰাণৰ নিবিড় মূহুৰ্ত বৰুৱাই ৰাষ্ট্ৰীয় যুৱ ক্ৰীড়াত অংশগ্ৰহণ কৰি আঁজুৰিলে সোণৰ পদক ৷

সীমান্তৰে ভ্ৰমণৰ ক্ষেত্ৰত শিথিলতা জাৰি বাংলাদেশ চৰকাৰৰ

বাংলাদেশ চৰকাৰে শেহতীয়াকৈ ক'ভিড স্বাস্থ্য বিধিৰ লগতে সান্ধ্য আইনৰ ক্ষেত্ৰত কিছু শিথিলতা জাৰি কৰিছে । বাংলাদেশ চৰকাৰৰ সিদ্ধান্তৰ পাছতে কিছু সকাহ পাইছে যাত্ৰীসকলে । কি কি ক্ষেত্ৰত শিথিলতা জাৰি কৰিছে বাংলাদেশ চৰকাৰে ?

আফগানিস্তানৰ বাৰহানউদ্দিন বিশ্ববিদ্যালয়ৰ নাম সলনি কৰিলে তালিবানে

‘বিশ্ববিদ্যালয়সমূহ আফগানিস্তানৰ বৌদ্ধিক সম্পদ’ আফগানিস্তানৰ উচ্চ শিক্ষা মন্ত্ৰণালয়ৰ অনুষ্ঠানিক নিৰ্দেশনাত কোৱা হৈছে এই কথা ৷ শেহতীয়াকৈ আফগানিস্তানৰ বুৰহানউদ্দিন বিশ্ববিদ্যালয়ৰ নাম সলনি কৰি কাবুল শিক্ষা বিশ্ববিদ্যালয় কৰিছে তালিবানে ৷

ৰাজ কুন্দ্ৰাৰ জামিন লাভ

ৰাজ কুন্দ্ৰাক জামিন প্ৰদান মুম্বাই আদালতৰ ৷ প্ৰায় 50,000 টকাৰ নিশ্চয়তাত ৰাজ কুন্দ্ৰাই জামিন লাভ কৰিছে ৷ অশ্লীল চলচ্চিত্ৰ নিৰ্মাণ কৰাৰ লগতে সেইসমূহ এপযোগে প্ৰকাশ কৰাৰ অপৰাধত ৰাজ কুন্দ্ৰাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৷

Last Updated : Sep 22, 2021, 8:40 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.