ETV Bharat / state

ওদালগুৰিত স্বাস্থ্যকৰ্মীক আক্ৰমণ একাংশৰ

author img

By

Published : Sep 28, 2020, 12:00 PM IST

ক'ভিড টেষ্টৰ বাবে যোৱা স্বাস্থ্য কৰ্মীৰ ওপৰত আক্ৰমণ ওদালগুৰি জিলাৰ মাজবাট চাহ বাগিছাৰ একাংশ লোকৰ ৷ আক্ৰমণত আহত কেইবাজনো স্বাস্থ্যকৰ্মী ৷ ঘটনা সন্দৰ্ভত মাজবাট আৰক্ষী থানাত দাখিল কৰা হৈছে এজাহাৰ ৷

udalguri_Health workers_ Attack_majbaat_tea garden_workers
ওদালগুৰিত স্বাস্থ্যকৰ্মীক আক্ৰমণ একাংশ লোকৰ

দৰং, 28ছেপ্টেম্বৰ: ওদালগুৰি জিলাৰ মাজবাট চাহ বাগিছাত ভয়ংকৰ ঘটনা ৷ ক'ভিড টেষ্টৰ বাবে যোৱা স্বাস্থ্য কৰ্মীৰ ওপৰত আক্ৰমণ একাংশ লোকৰ ।

প্ৰাপ্ত তথ্য অনুসৰি, শেহতীয়াকৈ মাজবাট চাহ বাগিচাৰ ৯ গৰাকী লোকৰ দেহত ধৰা পৰিছিল কৰ'ণা ভাইৰাছৰ উপস্থিতি । যাৰ বাবে চাহ বাগিছা খনৰ কৰ্মচাৰী সকলৰ স্বাস্থ্য পৰীক্ষাৰ বাবে বাগিছাখনত উপস্থিত হৈছিল এটা স্বাস্থ্য কৰ্মীৰ দল ৷ কিন্তু ইয়াৰ পাচতে উত্তেজিত হৈ পৰে বাগিছা খনৰ একাংশ লোক । উত্তেজিত একাংশই লণ্ড ভণ্ড কৰে মাজবাট চাহ বাগিছাৰ ক্লাব ঘৰৰ আচবাব । ক'ভিড টেষ্ট কৰিবলৈ অমান্তি হৈ লোকসকলে আক্ৰমণ কৰে স্বাস্থ্যকৰ্মীক দলটোক৷ এই আক্ৰমণত কেইবাজনো স্বাস্থ্যকৰ্মী আহত হয় ৷

অৱশেষত আৰক্ষী আৰু প্ৰশাসনৰ তৎপৰতাত উদ্ধাৰ কৰা হয় স্বাস্থ্য কৰ্মীৰ দলটোক । ঘটনা ইমানেই ভয়ানক হয় যে, ঘটনাস্থলীত ওদালগুৰিৰ আৰক্ষী অধীক্ষক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলগীয়া হয় ৷ ইতিমধ্যে এই ঘটনা সন্দৰ্ভত ওদালগুৰি জিলা স্বাস্থ্য বিভাগে মাজবাট আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ ৷

অন্য এক খবৰৰ বাবে: মুখ্যমন্ত্ৰীক পদত্যাগৰ আহ্বান নীলমনি সেন ডেকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.