ওদালগুৰি, 23 ছেপ্টেম্বৰঃ পৃথক বড়োলেণ্ডৰ দাবীত ওদালগুৰিত বিশাল কাৰ্যসূচী কেবাটাও বড়ো সংগঠনৰ। এবছু,এন ডি এফ বি (প্ৰ) আৰু পিপলছ জইন্ট এক্সন সমিতি ফৰ বড়োলেণ্ড মোভমেন্টৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে যুটীয়াভাৱে । কেইবা সহস্ৰাধিক লোকৰ উপস্থিতিত বডোফা পাৰ্কৰ পৰা নলবাৰী খেল পথাৰলৈ সংগঠন কেইটাৰ নেতৃত্বত উলিওৱা হয় বিশাল সমদল ৷ তাৰ পাচতে নলবাৰী খেলপথাৰত জন সমাবেশ অনুষ্ঠিত কৰিলে সংগঠন কেইটাই । প্ৰতিবাদত এবছুৰ সভাপতি প্ৰমোদ বড়ো,এন ডি এফ বিৰ (প্ৰ)ৰ সভাপতি গোবিন্দ বসুমতাৰীৰ লগতে বহু নেতাই অংশ গ্ৰহণ কৰে । আনহাতে,শীঘ্ৰে পৃথক বড়োলেণ্ড ৰাজ্য গঠনৰ দাবী জনাই সংগঠন কেইটাই ।
ওদালগুৰিত পৃথক বড়োলেণ্ডৰ দাবীত প্ৰতিবাদ - udalguri
কেইবা সহস্ৰাধিক লোকৰ উপস্থিতিত বডোফা পাৰ্কৰ পৰা নলবাৰী খেল পথাৰলৈ সংগঠন কেইটাৰ নেতৃত্বত উলিওৱা হয় বিশাল সমদল
ওদালগুৰি, 23 ছেপ্টেম্বৰঃ পৃথক বড়োলেণ্ডৰ দাবীত ওদালগুৰিত বিশাল কাৰ্যসূচী কেবাটাও বড়ো সংগঠনৰ। এবছু,এন ডি এফ বি (প্ৰ) আৰু পিপলছ জইন্ট এক্সন সমিতি ফৰ বড়োলেণ্ড মোভমেন্টৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে যুটীয়াভাৱে । কেইবা সহস্ৰাধিক লোকৰ উপস্থিতিত বডোফা পাৰ্কৰ পৰা নলবাৰী খেল পথাৰলৈ সংগঠন কেইটাৰ নেতৃত্বত উলিওৱা হয় বিশাল সমদল ৷ তাৰ পাচতে নলবাৰী খেলপথাৰত জন সমাবেশ অনুষ্ঠিত কৰিলে সংগঠন কেইটাই । প্ৰতিবাদত এবছুৰ সভাপতি প্ৰমোদ বড়ো,এন ডি এফ বিৰ (প্ৰ)ৰ সভাপতি গোবিন্দ বসুমতাৰীৰ লগতে বহু নেতাই অংশ গ্ৰহণ কৰে । আনহাতে,শীঘ্ৰে পৃথক বড়োলেণ্ড ৰাজ্য গঠনৰ দাবী জনাই সংগঠন কেইটাই ।
এবছু, এন ডি এফ বি ( প্ৰ ) আৰু পিপলছ জইন্ট এক্সন সমিতি ফৰ বড়োলেণ্ড মোভমেন্টৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী।
কেইবা সহস্ৰাধিক লোকৰ উপস্থিতিত বডোফা পাৰ্কৰ পৰা নলবাৰী খেল পথাৰলৈ সংগঠন কেইটাৰ নেতৃত্বত ওলোৱা হ'ল বিশাল সমদল
ইয়াৰ পিছতে নলবাৰী খেলপথাৰত জন সমাবেশ অনুষ্ঠিত কৰিলে সংগঠন কেইটাই।
প্ৰতিবাদত এবছুৰ সভাপতি প্ৰমোদ বড়ো,এন ডি এফ বিৰ (প্ৰ) ৰ সভাপতি গোবিন্দ বসুমতাৰীৰ লগতে বহু নেতাৰ অংশ গ্ৰহণ।
অতি শীঘ্ৰে পৃথক বড়োলেণ্ড ৰাজ্য গঠনৰ দাবী সংগঠন কেইটাৰ।Body:পৃথক বড়োলেণ্ড ৰাজ্যৰ দাবীত ওদালগুৰিত বিশাল কাৰ্যসূচী।
এবছু, এন ডি এফ বি ( প্ৰ ) আৰু পিপলছ জইন্ট এক্সন সমিতি ফৰ বড়োলেণ্ড মোভমেন্টৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী।
কেইবা সহস্ৰাধিক লোকৰ উপস্থিতিত বডোফা পাৰ্কৰ পৰা নলবাৰী খেল পথাৰলৈ সংগঠন কেইটাৰ নেতৃত্বত ওলোৱা হ'ল বিশাল সমদল
ইয়াৰ পিছতে নলবাৰী খেলপথাৰত জন সমাবেশ অনুষ্ঠিত কৰিলে সংগঠন কেইটাই।
প্ৰতিবাদত এবছুৰ সভাপতি প্ৰমোদ বড়ো,এন ডি এফ বি (প্ৰ)ৰ সভাপতি গোবিন্দ বসুমতাৰীৰ লগতে বহু নেতাৰ অংশ গ্ৰহণ।
অতি শীঘ্ৰে পৃথক বড়োলেণ্ড ৰাজ্য গঠনৰ দাবী সংগঠন কেইটাৰ।Conclusion: